গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে "২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৬" । ভাৰতৰ হৈ এইবাৰ মুঠ ১২৬ গৰাকী খেলুৱৈ-এ দাঙি ধৰিছে প্ৰদৰ্শন । ইয়াৰে ২৪ গৰাকী খেলুৱৈ-এ পেৰা ইভেন্টত ক্ৰীড়া প্ৰদৰ্শন কৰিব । পেৰা ইভেন্ট সমূহ হ'ল ক্ৰমে- পেৰা চুইমিং,পেৰা এথলেটিকছ,পেৰা পাৱাৰ লিফ্টিং,পেৰা ট্ৰেক চাইক্লিং আৰু ৩×৩ ইুইলচেয়াৰ বাস্কেটবল ।
উল্লেখ্য যে ভাৰতীয় পেৰা এথলেটিকছ দলত আছে ১১ খেলুৱৈ । ভাৰতক প্ৰতিনিধিত্ব কৰা পেৰা এথলেটিকছ খেলুৱৈ সকল হ'ল ক্ৰমে- ৰাকেশভাই ভাট,শ্ৰেয়ংশ ত্রিবেদী,মহমম্দ বেচিল এম,দিলীপ মহাদু গাৱিত,ৰমেশ শনমুগম,দেবেন্দ্ৰ কুমাৰ,শুভম জুৱাল,শিল্পা শীলা,সোমান ৰাণা ,ৰাকেশ শনমুগম,সাগৰ ,শৰ্মিলা


0 Comments