কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ হৈ প্ৰদৰ্শন আগবঢ়াব ৫ গৰাকী পেৰা সাঁতোৰবিদে

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে "২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৬" । ভাৰতৰ হৈ এইবাৰ মুঠ ১২৬ গৰাকী খেলুৱৈ-এ দাঙি ধৰিছে প্ৰদৰ্শন । ইয়াৰে ২৪ গৰাকী খেলুৱৈ-এ পেৰা ইভেন্টত ক্ৰীড়া প্ৰদৰ্শন কৰিব । পেৰা ইভেন্ট সমূহ হ'ল ক্ৰমে- পেৰা চুইমিং,পেৰা এথলেটিকছ,পেৰা পাৱাৰ লিফ্টিং,পেৰা ট্ৰেক চাইক্লিং আৰু ৩×৩ ইুইলচেয়াৰ বাস্কেটবল ।

উল্লেখ্য যে ভাৰতীয় পেৰা সাঁতোৰ দলত আছে মুঠ ৫ গৰাকী খেলুৱৈ । ভাৰতক প্ৰতিনিধিত্ব কৰা পেৰা সাঁতোৰবিদ সকল হ'ল ক্ৰমে- ৰবি বীৰা,ইমাম আলি,সুয়াশ নাৰায়ণ যাদৱ,চৈতন্য বিশ্বাস কুলকাৰ্ণী,স্বতিক পাটিক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *