“কমনৱেলথ গেমছ-২০২৬ “ত পেৰা খেলুৱৈ ঝাণ্ডু কুমাৰে ভাৰতক উপহাৰ দিলে প্ৰথমটো পদক ,পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেন্টত ব্ৰঞ্জলাভ ঝাণ্ডুৰ

July 25, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে "২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৩" । শুক্ৰবাৰে পেৰা খেলুৱৈৰ জৰিয়তে
"কমনৱেলথ গেমছ ২০২৬" ত ভাৰতে লাভ কৰিলে প্ৰথমটো পদক ।ব্ৰঞ্জ দখলেৰে ভাৰতক প্ৰথমটো পদক উপহাৰ দিলে পেৰা খেলুৱৈ ঝাণ্ডু কুমাৰে।পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেন্টত ব্ৰঞ্জলাভ ঝাণ্ডুৰ।১৯০ কেজি উত্তোলন কৰাৰ লগতে ১৩০.৯ পইন্টেৰে অৰ্জন কৰে এই সাফল্য।

উল্লেখ্য যে,এইবাৰ মুঠ ৭ গৰাকী পেৰা পাৱাৰ লিফ্টাৰে কমনৱেলথ গেমছ-২০২৬ ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে ।তেওঁলোক হ'ল -শ্ৰেয়ংশ ত্রিবেদী,যশপ্ৰীত কৌৰ,সুমন দেৱী,কস্তুৰী ৰাজমণি,পৰমজিত,অশোক কুমাৰ আৰু ঝাণ্ডু কুমাৰ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *