গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন
অসম ক্ৰিকেট সন্থাৰ প্ৰশংসনীয় পদক্ষেপ।"মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজি"লৈ ৫০ লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ ।অসম ক্ৰিকেট সন্থাৰ এটি প্ৰতিনিধি দলে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি প্ৰদান কৰে এই পুঁজি।ৰাজ্যৰ বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্য বহু ব্যক্তি,সংগঠনে "মুখ্যমন্ত্রী সাহাৰ্য পুঁজি"লৈ অনুদান আগবঢ়োৱাৰ মাজতে অসম ক্ৰিকেট সন্থাই গ্ৰহণ কৰিলে এই বিশেষ পদক্ষেপ।মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিলে এই কথা।


0 Comments