কৰ্ণেল চি.কে. নাইডু ট্ৰফীৰ প্ৰথম দুখন খেললৈ অসমৰ অনুৰ্ধ্ব-২৩ দল ঘোষণা

September 23, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

অসম ক্ৰিকেট সন্থাই উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিৰুদ্ধে অহা ১২ অক্টোবৰত আৰম্ভ হ’বলগীয়া "কৰ্ণেল চি.কে. নাইডু ট্ৰফী"ৰ প্ৰথম দুখন খেললৈ অসমৰ অনুৰ্ধ্ব-২৩ দলঘোষণা কৰিছে । দলটোৰ নেতৃত্বত থাকিব আয়ুষ্মান মালাকাৰ । আনহাতে উইকেটৰক্ষক ৰোশন টপ্নো থাকিব উপ-অধিনায়কৰ দায়িত্বত । নিৰ্বাচিত দলটো --

১)আয়ুষ্মান মালাকাৰ ( অধিনায়ক ),
২) ৰোশন টপনো (উইকেটকীপাৰ, উপ অধিনায়ক),
৩/ সৌৰভ মৌচুম দিহিঙীয়া,
৪/ দিপাংকৰ পাল,
৫/ পাৰভেজ মুচাৰফ,
৬) সুমিত কাশ্যপ,
৭) হৃষিকেশ দাস,
৮) বৰুণ জ্যোতি মালাকাৰ,
৯) ৰোহিত সেন ( উইকেটকীপাৰ ),
১০) অনুৰাগ ফুকন,
১১) ৰঞ্জন বিকাশ দাস, ১২) বাস্তব ৰয়,
১৩) ৰাজেশ প্ৰসাদ,
১৪) ৰিচব দীপক আৰু ১৫) ৰূপজ্যোতি দাস ।

ষ্টেণ্ডবাই খেলুৱৈ --
১/ নিশান্ত সিংহানিয়া,
২/ অমন সিং,
৩) প্ৰবাল কলিতা ( উইকেটকীপাৰ ),
৪/ দ্যুতিময় নাথ,
৫/ দ্বীজ পাঠক,
৬) ময়ূখ হাজৰিকা,
৭) গৌৰৱ চেত্ৰী,
৮) হিমাংশু সাৰস্বত
আৰু
৯/ সৌৰভ দে ।

অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আগন্তুক কৰ্ণেল চি.কে. নাইডু ট্ৰফীৰ খেললৈ নিৰ্বাচিত দলটোক আন্তৰিক শুভেচ্ছা জনাইছে ।

অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *