তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ-২০২৬,এথলেটিকছৰ অসম দল ঘোষণা

November 25, 2026

K

Gogo Sports NE

গুৱাহাটী, ২৫ নৱেম্বৰঃঅহা ২৭ ৰ পৰা ২৯ নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগা "তৃতীয় উত্তৰ পূৱ পেৰা ক্ৰীড়া সমাৰোহ-২০২৬" ৰ এথলেটিকছ ইভেণ্টত অংশগ্ৰহণ কৰিব লগা অসম দলটো ঘোষণা কৰা হৈছে৷ ঘোষিত ৭৩ জনীয়া দলত ৪৭ পুৰুষ আৰু ২৬ গৰাকী মহিলা৷

দলত স্থান লাভ কৰা পুৰুষ পেৰা এথলীটসকল হ’ল-

আবাবিল আলী, অভিজিৎ পেগু, আকবৰ আলী, আখিৰাম দাৰিগ, অমৰজ্যোতি লাহন, আমিৰ আলী, অংকুশ বৈশ্য, অংশুমান, আজিজুৰ ৰহমান, বাদল স্বৰ্গীয়াৰী, বিকাশ নায়ক, দেবীলাল মিলি, দেবৰাজ দাস, গান্ধী টেৰণ, গণেশ বড়ো, গাজিবুৰ ৰহমান, গীতাৰ্থ শৰ্মা, গুণকান্ত কোঁচ, জ্ঞানদীপ শৰ্মা, ইন্দ্ৰজিৎ পানিকা, জিন্তু দলে, খানিন্দ্ৰ কলিতা, খুৰছিদ আলম, কৃষাণু কৌস্তভ কাশ্যপ, কুলদীপ ৰাভা, কুমুদ ৰেগান, কুতুপ আলী, লালৰাম চৌক, মানস প্ৰতিম দাস, মনোজ তাঁতী, মাউদুদুৰ চৌধুৰী ৰহমান, আলতাব হুছেইন, মনিছুৰ আলম, নয়নজ্যোতি কাকতি, নিতুল বড়ো, পাৰ্থ প্ৰতিম বৰুৱা, পুলক চৌধুৰী, ৰাহুল ৰবি দাস, ৰাজা ব্ৰহ্ম, ৰাজেশ ৰয়, ৰাজীৱ ৰাভা, ৰক্তিম কোঁৱৰ, সন্দীপ গুপ্তা, সুমিত বৰ্মন, তাজিম উদ্দিন, তীৰ্থনাথ পেগু আৰু বিশাল মেধি৷

আনহাতে, মহিলা খেলুৱৈসকল হ’ল-

অনিশ্মিতা কোঁৱৰ, অঞ্জলি মুছাহাৰী, অৰ্পিতা বৰ্মন, অসমী গগৈ, বাম্পি ৰয়, চান্দনা ৰয়, দীপ্তি ফুকন, হামিদা খাতুন, জিবিন চুলতানা, জুৰি ডেকা, মাছুমা খাতুন, মণি বৰবৰুৱা, নাজিমা চুলতানা, প্ৰতাশ্ৰী কাশ্যপ, ৰঞ্জিতা ফুকন কলিতা, ৰানু দলে, ৰেচবিনা খাতুন, ৰীনা মণ্ডল, ৰীনা মুছাহাৰী, ৰীনা মুছাহাৰী, ৰিম্পি ৰয়, ৰুণুমি বড়ো. চিমৰন চুলতানা. সুপ্ৰিয়া বেগম, তৃষ্ণা দেৱী আৰু ভায়লিনা বুঢ়াগোঁহাই৷

উল্লেখ্য যে পেৰালিম্পিক কমিটি অৱ ইণ্ডিয়াৰ তত্ত্বাৱধানত ‘উদয়াচল’-এ আয়োজন কৰা এই প্ৰতিযোগিতাৰ সহ-আয়োজক পেৰালিম্পিক এছ’চিয়েচন অৱ অসম৷ প্ৰতিযোগিতাৰ এথলেটিকছ ইভেণ্ট সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হ’ব৷

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *