by Gogo Sports NE | Aug 23, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন মিজোৰামৰ ষ্ট্ৰাইকাৰ ইডমুণ্ড লালৰিনডিকাৰ হেট্ৰিকৰে ইষ্ট বেংগল এফ চিয়ে ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত দেওবাৰে হোৱা ফাইনেল মেচখনত ইষ্ট বেংগল এফ চিয়ে ৪-১ গলত...
by Gogo Sports NE | Aug 23, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত দেওবাৰে নিশা অনুষ্ঠিত ফাইনেলত দলে পাঁচ উইকেটত পৰাস্ত কৰে গুৱাহাটী...
by Gogo Sports NE | Aug 23, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীত “এ পি আৰ অ’ -গ্ৰাছৰুট ফুটবল লীগ”।৩০ টা ফুটবল দলৰ অংশগ্ৰহণ।প্ৰায় ২০০ গৰাকী উদিয়মান ফুটবলাৰৰ সমাবেশ।জীপাল “অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়”ৰ খেলপথাৰ। শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ...
by Gogo Sports NE | Aug 23, 2026 | Shooting
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অহা ২৫-৩০ আগষ্টলৈ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰিছে “১৩ সংখ্যক নৰ্থ ইষ্ট জ’ন শ্বুটিং চেম্পিয়নশ্বিপ”।এতিয়ালৈকে ২১০ গৰাকী পুৰুষ আৰু ১০২ গৰাকী মহিলাসহ মুঠ ৩১২ গৰাকী শ্বুটাৰে...
by Gogo Sports NE | Aug 22, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বিশ্বনাথত “৩৪ সংখ্যক ৰাষ্ট্ৰীয় নৱোদয় মহিলা ফুটবল প্ৰতিযোগিতা”।১০ টা ৰি’জনৰ নৱোদয় বিদ্যালয়ৰ অংশগ্ৰহণ।প্ৰায় ৩৫০ গৰাকী উদিয়মান মহিলা খেলুৱৈৰ সমাবেশ।উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি প্ৰাক্তন ফুটবলাৰ মলং আও। বিশ্বনাথ...