গুৱাহাটীত “এ পি আৰ অ’ -গ্ৰাছৰুট ফুটবল লীগ”

গুৱাহাটীত “এ পি আৰ অ’ -গ্ৰাছৰুট ফুটবল লীগ”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীত “এ পি আৰ অ’ -গ্ৰাছৰুট ফুটবল লীগ”।৩০ টা ফুটবল দলৰ অংশগ্ৰহণ।প্ৰায় ২০০ গৰাকী উদিয়মান ফুটবলাৰৰ সমাবেশ।জীপাল “অসম আৰক্ষী অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়”ৰ খেলপথাৰ। শনিবাৰৰ পৰা দুদিনীয়াকৈ গুৱাহাটীৰ...