by Gogo Sports NE | Aug 30, 2026 | Table Tennis
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন পূৰ্ণগতিত “ইউ টি টি-সদৌ অসম ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ”।৫০০ গৰাকী খেলুৱৈৰ সমাবেশ।ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰীৰ প্ৰতিযোগিতা উদ্বোধন। শনিবাৰৰ পৰা দিছপুৰৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পৰ ভোগেশ্বৰী ফুকণণী ইনডৰ ষ্টেডিয়ামত...