by Gogo Sports NE | Jul 27, 2026 | Cricket
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ২৬ জুলাইৰ পৰা ৯ আগষ্টলৈ গুৱাহাটীৰ জ’জ খেলপথাৰত অনুষ্ঠিত হৈছে ” গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰ” । অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা এই ১৫ দিনীয়া শিবিৰটো পৰিচালনা কৰিছে...
by Gogo Sports NE | Jul 24, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন আইকণ ক্ৰিকেট একাডেমীৰ উদ্যোগত বোন্দাৰ চপাইদাঙত আৰম্ভ হৈছে ক্ৰিকেটৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰ।অহা ২ আগষ্টত সামৰণি পৰিবলগীয়া ল’ৰাৰ ১৬ বছৰ অনুৰ্ধৰ ১২ দিনীয়া শিবিৰটোত প্ৰায় অৰ্ধ শতাধিক খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছে। বিশেষ শিবিৰটোত...