অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্নঃ ২০২৬–২৭ চনৰ বাবে নতুন এপিএল গৱৰ্নিং কাউন্সিল গঠন

অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সম্পন্নঃ ২০২৬–২৭ চনৰ বাবে নতুন এপিএল গৱৰ্নিং কাউন্সিল গঠন

গুৱাহাটী:২৯ ছেপ্তেম্বৰ সভাপতি তৰংগ গগৈৰ পৌৰহিত্যত মংগলবাৰে গুৱাহাটীত অসম ক্ৰিকেট সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সফলতাৰে অনুষ্ঠিত হয়,য’ত বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই বিশেষ আমন্ত্ৰিত হিচাপে অনুষ্ঠানটো শোভা বৰ্ধন কৰে । সভাত এচিএৰ সম্পাদক সনাতন দাস, উপ-সভাপতি ৰমেন...