“এচিএ গালৰ্ছ ১৫ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্ট”ত চেম্পিয়ন গুৱাহাটী

“এচিএ গালৰ্ছ ১৫ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্ট”ত চেম্পিয়ন গুৱাহাটী

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন শনিবাৰে গুৱাহাটীৰ জ’জ খেলপথাৰত অনুষ্ঠিত হয় “এচিএ গালৰ্ছ ১৫ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট টুৰ্ণামেন্ট” ৰ ফাইনেলৰ মহাৰণ । অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা চূড়ান্ত মেচত অৱতীৰ্ণ হয় গুৱাহাটী আৰু...