গুৱাহাটী ছাইত ফেন্সিং প্ৰশিক্ষণ শিবিৰ

July 22, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

২০-২৬ জুলাইলৈ গুৱাহাটীৰ ছাইত অনুষ্ঠিত হৈছে ফেন্সিং প্ৰশিক্ষণ শিবিৰ । অসম ফেন্সিং সন্থাই আয়োজন কৰা এই শিবিৰত অংশগ্ৰহণ কৰিছে প্ৰায় ৪৫ গৰাকী খেলুৱৈ-এ। প্ৰশিক্ষণ প্ৰদান কৰিছে মণিপুৰৰ প্ৰখ্যাত এন আই এছ প্ৰশিক্ষক ৰাজেশ্বৰ সিং। এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে ফেন্সিঙৰ আধুনিক শৈলী আহৰণ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী অসম ফেন্সিং সন্থা।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *