ইতিহাস ৰচনা কৰি “কমনৱেলথ গেমছ”ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অসমৰ প্ৰথমগৰাকী পেৰা এথলীট লিছা দাস

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে "২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৬" ।ইতিহাস ৰচনা কৰি "কমনৱেলথ গেমছ"লৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰথমগৰাকী পেৰা এথলীট লিছা দাস ।" কমনৱেলথ গেমছ ২০২৬ "ৰ পেৰা চাইক্লিং ইভেন্টত ভাৰতক প্ৰতিনিধিত্ব কৰিব লিছা দাসে ।লিছা দাসক শুভকামনা জনাইছে অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে'-এ।লিছাৰ এই খবৰে হাজাৰ হাজাৰ অসমৰ পেৰা এথলীটক প্ৰেৰণা যোগাব বুলি আশাবাদী ৰাজীৱ দে'।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *