ইতিহাস ৰচনা কৰি “কমনৱেলথ গেমছ”ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অসমৰ প্ৰথমগৰাকী পেৰা এথলীট লিছা দাস

ইতিহাস ৰচনা কৰি “কমনৱেলথ গেমছ”ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অসমৰ প্ৰথমগৰাকী পেৰা এথলীট লিছা দাস

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে “২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৬” ।ইতিহাস ৰচনা কৰি “কমনৱেলথ গেমছ”লৈ নিৰ্বাচিত হৈছে অসমৰ প্ৰথমগৰাকী পেৰা এথলীট লিছা দাস ।” কমনৱেলথ গেমছ ২০২৬ “ৰ পেৰা...