“৪৭ সংখ্যক ৰাজ্যিক জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ” আৰম্ভ

July 24, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

শুক্ৰবাৰৰ পৰা নলবাৰীত অনুষ্ঠিত হৈছে "৪৭ সংখ্যক আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ-২০২৬" ।অহা ২৬ জুলাইলৈ অনুষ্ঠিত হ'বলগা এই তিনিদিনীয়া প্ৰতিযোগিতাখনত ১১৫০ গৰাকী ছিনিয়ৰ আৰু জুনিয়ৰ খেলুৱৈ-এ ক্ৰীড়াঙ্গনত উজাৰি দিব শ্ৰেষ্ঠত্ব ।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,ক্ৰীড়ামন্ত্রী বিশ্বজিৎ দৈমাৰী, অসম এথলেটিকছ সন্থাৰ সভাপতি জয়ন্তমল্ল বৰুৱা,সম্পাদক গীতাৰ্থ গোস্বামীৰ উপৰি কেইবাজনো বিশিষ্ট ব্যক্তি ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *