by Gogo Sports NE | Aug 9, 2026 | Athletics
দীপক কুমাৰ দাসৰ প্ৰতিবেদন অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২৪, ২৫ আৰু ২৬ জুলাইত নলবাৰী সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যোৱা “৪৭ সংখ্যক জুনিয়ৰ আৰু চিনিয়ৰ আন্তঃ জিলা এথলেটিকছ প্ৰতিযোগিতা”ত নলবাৰী জিলা দলটোৱে চতুৰ্থ স্থান...
by Gogo Sports NE | Aug 8, 2026 | Athletics
দীপক কুমাৰ দাসৰ প্ৰতিবেদন নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত শুক্ৰবাৰে বিয়লি চাৰি বজাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যায় পঞ্চম সংখ্যক “নেচনেল জেভলিন দিৱস”। উক্ত দিৱসৰ লগত সংগতি ৰাখি জেভলিন থ্ৰো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। চিনিয়ৰ ল’ৰাৰ শাখাত প্ৰথম...
by Gogo Sports NE | Jul 27, 2026 | Athletics
দীপক কুমাৰ দাসৰ প্ৰতিবেদন অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২৪ জুলাইৰ পৰা সৰিয়হতলী ক্ৰীড়া প্ৰকল্পৰ অত্যাধুনিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা “৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ”খনৰ...
by Gogo Sports NE | Jul 24, 2026 | Athletics
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন শুক্ৰবাৰৰ পৰা নলবাৰীত অনুষ্ঠিত হৈছে “৪৭ সংখ্যক আন্তঃজিলা এথলেটিকছ চেম্পিয়নশ্বিপ-২০২৬” ।অহা ২৬ জুলাইলৈ অনুষ্ঠিত হ’বলগা এই তিনিদিনীয়া প্ৰতিযোগিতাখনত ১১৫০ গৰাকী ছিনিয়ৰ আৰু জুনিয়ৰ খেলুৱৈ-এ ক্ৰীড়াঙ্গনত উজাৰি দিব...