গ'গ' স্পৰ্টছ এন ই
অহা ১১ অক্টোবৰৰ পৰা পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফী (মাল্টি-ডে) প্ৰতিযোগিতাৰ ২০২৬-২৭ৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলটো ঘোষণা কৰিছে ।
প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে ডেনিছ দাসে । অসমৰ দলটো--
১) ডেনিছ দাস ( অধিনায়ক)
২) শিৱশংকৰ ৰয়,
৩) ৰাজবীৰ সিং,
৪) নিবিড় ডেকা,
৫) ঋষভ দাস,
৬) স্বৰূপম পুৰকায়স্থ,
৭) সুমিত ঘাদিগাঁওকাৰ, ৮) অনুৰাগ তালুকদাৰ,
৯) মোহিত ঠাকুৰ,
১০) অম্লানজ্যোতি দাস, ১১) মুখতাৰ হুছেইন,
১২) সুনীল লাচিত,
১৩) দীপজ্যোতি শইকীয়া, ১৪) ৰোচন আলম আৰু ১৫) বিশাল নেৱাৰ ।
ষ্টেণ্ডবাই খেলুৱৈ --
১) ঋতুৰাজ বিশ্বাস,
২) আয়ুষ আগৰৱালা,
৩) দৰ্শন ৰাজবংশী,
৪/ হৃদীপ ডেকা,
৫) আকাশ সেনগুপ্ত,
৬) ভাৰ্গব প্ৰতিম লহকৰ, ৭) আব্দুল আজিজ কুৰাইছি,
৮) ৰাহুল সিং
আৰু
৯) বিশাল সাহা ।
অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আগন্তুক ৰঞ্জী ট্ৰফী ছিজনৰ বাবে দলটোক আন্তৰিক শুভেচ্ছা জনোৱা হৈছে ।
অসম ক্ৰিকেট সন্থাৰ সম্পাদক সনাতন দাসে জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ


0 Comments