by Gogo Sports NE | Nov 23, 2026 | Cricket
গুৱাহাটী, ২৩ নৱেম্বৰ,২০২৬ঃঅহা ১ ডিচেম্বৰৰ পৰা কটকত হ’বলগীয়া অনুৰ্ধ-২৩ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে অসম ক্ৰিকেট সন্থাই তেওঁলোকৰ দল ঘোষণা কৰিছে । ৰোচন টপ্নোক দলৰ কেপ্টেইন আৰু ৰাজবীৰ সিঙক ভাইচ কেপ্টেইন হিচাপে নিযুক্তি দিয়া হৈছে । ঘোষিত দলটো-ৰোচন টপ্নো ( কেপ্টেইন আৰু...
by Gogo Sports NE | Nov 22, 2026 | Cricket
গুৱাহাটী, ২২ নৱেম্বৰ, ২০২৬ঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অহা ১৫ ডিচেম্বৰৰ পৰা ৩১ মাৰ্চলৈ নৱম সংস্কৰণৰ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ( এ পি পি চি ) ২০২৬–২৭ অনুষ্ঠিত হ’ব । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ক্লাব দলসমূহৰ এই প্ৰতিযোগিতা হব জিলা-মহকুমা, মাণ্ডলিক আৰু ফাইনেল...
by Gogo Sports NE | Nov 21, 2026 | Cricket, Breaking
গুৱাহাটী, ২১ নৱেম্বৰ, ২০২৬ঃ অসম ক্ৰিকেট সন্থাই প্ৰথমবাৰৰ বাবে গুৱাহাটীত “ছিনিয়ৰ মহিলা আন্তঃমণ্ডল টি-২০ ট্ৰফী প্ৰতিযোগিতা” আয়োজন কৰিবলৈ সাজু হৈছে । অহা ২৪ নৱেম্বৰৰ পৰা ৪ ডিচেম্বৰলৈ নিৰ্ধাৰিত এই প্ৰতিযোগিতাত ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট আন্তঃৰাষ্ট্ৰীয়...
by Gogo Sports NE | Nov 17, 2026 | Cricket
গুৱাহাটী ১৭ নৱেম্বৰঃ অহা ২৬ নৱেম্বৰৰ পৰা ডিব্ৰুগড়ত হ’বলগীয়া “চি বি ট্ৰফী”ৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাই অসমৰ ১৯ বছৰ অনুৰ্ধ পুৰুষৰ দলটো ঘোষণা কৰিছে । পৃথ্বীৰাজ কাশ্যপক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । ঘোষিত দলটো : পৃথ্বীৰাজ কাশ্যপ...
by Gogo Sports NE | Nov 16, 2026 | Cricket
গুৱাহাটী, ১৬ নৱেম্বৰ, ২০২৬ঃ বিজয়ৱাড়াৰ ডিভিআৰ খেলপথাৰত অনুষ্ঠিত “বিজয় মাৰ্চেণ্ট ট্ৰফী”ৰ এলিট শাখাৰ মেচত অসমে হিমাচল প্ৰদেশৰ বিৰুদ্ধে ৭ উইকেটত আকৰ্ষণীয় জয় সাব্যস্তেৰে ৬ টা মূল্যৱান পইণ্ট লাভ কৰিছে ।টছত জয়লাভৰ পাছত হিমাচল প্ৰদেশে প্ৰথমে বেটিং কৰি ৩৪.১...