“২৩ সংখ্যক ছাব-জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ”ৰ ফলাফল

“২৩ সংখ্যক ছাব-জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ”ৰ ফলাফল

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “২৩ সংখ্যক ছাব-জুনিয়ৰ আৰু জুনিয়ৰ আন্তঃজিলা উশ্বু চেম্পিয়নশ্বিপ”ৰ সফল সামৰণি।৫০০ গৰাকী উশ্বু খেলুৱৈৰ সমাবেশ।জীপাল বিটিআৰৰ উদালগুৰি ষ্টেডিয়াম। যোৱা ২৯ পৰা ৩১ আগষ্টলৈ বিটিআৰৰ উদালগুৰি ষ্টেডিয়ামত তিনিদিনীয়াকৈ অনুষ্ঠিত...
ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা

ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয় এদিনীয়াৰ টিকট বিক্ৰী ৪ ছেপ্টেম্বৰৰ পৰা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত অহা ৩০ ছেপ্টেম্বৰত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত হ’বলগীয়া দ্বিতীয়খন এদিনীয়া খেলৰ টিকট বিক্ৰী অহা ৪ ছেপ্টেম্বৰৰ ( ২০২৬ ) পুৱা ১১:০০ বজাত আৰম্ভ হ’ব বুলি অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে ।...
“১৩ সংখ্যক নৰ্থ ইষ্ট জ’ন শ্বুটিং চেম্পিয়নশ্বিপ”ৰ ফলাফল

“১৩ সংখ্যক নৰ্থ ইষ্ট জ’ন শ্বুটিং চেম্পিয়নশ্বিপ”ৰ ফলাফল

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৫-৩০ আগষ্টলৈ কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জত অনুষ্ঠিত হয় “১৩ সংখ্যক নৰ্থ ইষ্ট জ’ন শ্বুটিং চেম্পিয়নশ্বিপ” ।অসম ৰাইফল আৰু শ্বুটিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে প্ৰায় ৩১২ গৰাকী খেলুৱৈ-এ । এই...
দবা প্ৰশিক্ষক নন্দন বুঢ়াগোহাঁইক “ফিডে আৰ্বিটাৰ” উপাধি প্ৰদান,অসম দবা ক্লাৱৰ শুভেচ্ছা

দবা প্ৰশিক্ষক নন্দন বুঢ়াগোহাঁইক “ফিডে আৰ্বিটাৰ” উপাধি প্ৰদান,অসম দবা ক্লাৱৰ শুভেচ্ছা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দ্বিতীয় ফিডে পৰিষদত আন্তৰ্জাতিক দবা ফেডাৰেচন (FIDE)ৰ তৰফৰ পৰা জ্যেষ্ঠ দবা খেলুৱৈ তথা অসমৰ প্ৰশিক্ষক নন্দন বুঢ়াগোহাঁইক “ফিডে আৰ্বিটাৰ” উপাধি প্ৰদান কৰা হৈছে। দবাৰ শীৰ্ষ শাসক সংস্থাই চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰত প্ৰকাশ পোৱা...
অসম ভলীবল মিছন-১০০ৰ  বৰ্ষপূৰ্তি  অনুষ্ঠান

অসম ভলীবল মিছন-১০০ৰ বৰ্ষপূৰ্তি অনুষ্ঠান

দীপক কুমাৰ দাসৰ প্ৰতিবেদন ২০১৯ চনৰ ১ ছেপ্তেম্বৰত সৰুসজাই ষ্টেডিয়ামৰ প্ৰেক্ষাগৃহত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক, ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্মদাতা তথা অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত কেইগৰাকীমান ভলীবল প্ৰেমীৰ সহযোগত জন্ম লাভ কৰা অসম ভলীবল...