দেউকন সোঁৱৰণী ৰাজ্যিক স্কুল ফুটবল,দেওবাৰে বিয়লি ৩ বজাত ফাইনেল

দেউকন সোঁৱৰণী ৰাজ্যিক স্কুল ফুটবল,দেওবাৰে বিয়লি ৩ বজাত ফাইনেল

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দেউকন সোঁৱৰণী ল’ৰাৰ ১৭ বছৰ অনুৰ্ধ ৰাজ্যিক ভিত্তিক আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতাত কামৰূপ জিলাই ওদালগুৰিৰ বিৰুদ্ধে আৰু চৰাইদেউ জিলাই কাৰ্বিআংলঙৰ বিৰুদ্ধে ছেমি ফাইনেলত উপনীত হৈছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে...
“১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল” আৰম্ভ,উদ্বোধনী মেচত মোহন বাগানৰ জয়লাভ

“১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল” আৰম্ভ,উদ্বোধনী মেচত মোহন বাগানৰ জয়লাভ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ” প্ৰতিযোগিতাৰ শনিবাৰে অনুষ্ঠিত হোৱা উদ্বোধনী মেচত মোহন বাগান ছুপাৰ জায়েণ্ট দলে ১-০ গলত ইষ্ট বেংগল এফ চিক পৰাস্ত কৰি নতুন ছিজনৰ প্ৰত্যাশিত আৰম্ভণি কৰিছে৷...
“মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজি”লৈ ৫০ লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ

“মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজি”লৈ ৫০ লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ প্ৰশংসনীয় পদক্ষেপ।”মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজি”লৈ ৫০ লাখ টকাৰ অনুদান অসম ক্ৰিকেট সন্থাৰ ।অসম ক্ৰিকেট সন্থাৰ এটি প্ৰতিনিধি দলে মুখ্যমন্ত্রীক সাক্ষাৎ কৰি প্ৰদান কৰে এই পুঁজি।ৰাজ্যৰ বিধ্বংসী বানত...
“কমনৱেলথ গেমছ-২০২৬”ত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণু, দ্বিতীয় দিনা অসম সন্তান পুতুল সোণোৱালৰ হাতত  পৰাস্ত ফকলেণ্ডৰ খেলুৱৈ

“কমনৱেলথ গেমছ-২০২৬”ত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণু, দ্বিতীয় দিনা অসম সন্তান পুতুল সোণোৱালৰ হাতত পৰাস্ত ফকলেণ্ডৰ খেলুৱৈ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “কমনৱেলথ গেমছ-২০২৬”ত জয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ অসম সন্তান পুতুল সোণোৱালৰ । লনবলত একেৰাহে প্ৰতিযোগিতাৰ দ্বিতীয়দিনাও টাই ব্ৰেকত পুতুল সোণোৱালে লাভ কৰিলে ৰোমাঞ্চকৰ জয়।ফকলেণ্ড দ্বীপপুঞ্জৰ চেচিল আলেকজেণ্ডাৰৰ বিৰুদ্ধে ৭-৫,৬-৮...
“কমনৱেলথ গেমছ-২০২৬ “ত পেৰা খেলুৱৈ ঝাণ্ডু কুমাৰে ভাৰতক উপহাৰ দিলে প্ৰথমটো পদক ,পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেন্টত ব্ৰঞ্জলাভ ঝাণ্ডুৰ

“কমনৱেলথ গেমছ-২০২৬ “ত পেৰা খেলুৱৈ ঝাণ্ডু কুমাৰে ভাৰতক উপহাৰ দিলে প্ৰথমটো পদক ,পুৰুষৰ হেভিৱেট পেৰা পাৱাৰলিফটিং ইভেন্টত ব্ৰঞ্জলাভ ঝাণ্ডুৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছে “২৩ সংখ্যক কমনৱেলথ গেমছ-২০২৩” । শুক্ৰবাৰে পেৰা খেলুৱৈৰ জৰিয়তে”কমনৱেলথ গেমছ ২০২৬” ত ভাৰতে লাভ কৰিলে প্ৰথমটো পদক ।ব্ৰঞ্জ দখলেৰে ভাৰতক প্ৰথমটো পদক উপহাৰ দিলে...