পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ প্ৰথম দুখন মেচৰ বাবে অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

গ’গ’ স্পৰ্টছ এন ই অহা ১১ অক্টোবৰৰ পৰা পঞ্জাব আৰু ত্ৰিপুৰাৰ বিৰুদ্ধে হ’বলগীয়া ৰঞ্জী ট্ৰফী (মাল্টি-ডে) প্ৰতিযোগিতাৰ ২০২৬-২৭ৰ প্ৰথম দুখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই ৰাজ্যিক দলটো ঘোষণা কৰিছে । প্ৰতিযোগিতাৰ প্ৰথম দুখন খেলৰ বাবে অসমৰ অধিনায়ক হিচাপে নিযুক্তি...
জাপানত ভাৰতৰ বিজয়ধ্বজ্জা উৰুৱাবলৈ সাজু সমীৰ দাস

জাপানত ভাৰতৰ বিজয়ধ্বজ্জা উৰুৱাবলৈ সাজু সমীৰ দাস

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন জাপানলৈ ৰাওনা কাৰাটে প্ৰশিক্ষক সমীৰ দাস।১১ সংখ্যক চিটৰিঅ’ কাৰাটে ডু আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ”ত কৰিব অংশগ্ৰহণ।৫৪ বছৰ বয়সত ভাৰতৰ হৈ খেলিবলৈ সাজু সমীৰ দাস। জাপানৰ য়ক’হামাত অনুষ্ঠিত হৈছে “১১ সংখ্যক...
“এছিয়ান গেমছ-২০২৬”ত অপ্ৰতিৰোধ্য ভাৰত,তৃতীয়দিন পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যা ৬ টালৈ বৃদ্ধি

“এছিয়ান গেমছ-২০২৬”ত অপ্ৰতিৰোধ্য ভাৰত,তৃতীয়দিন পৰ্যন্ত ভাৰতৰ পদকৰ সংখ্যা ৬ টালৈ বৃদ্ধি

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ১৯ ছেপ্তেম্বৰৰ পৰা জাপানৰ আইচি-নাগোয়াত সগৌৰৱেৰে অব্যাহত আছে “২০ সংখ্যক এছিয়ান গেমছ” । তৃতীয়দিন পৰ্যন্ত ভাৰতে অৰ্জন কৰিছে মুঠ ৬ টা পদক। ইয়াৰে ৪ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক। ভাৰতে প্ৰথমটো পদক লাভ কৰে শ্বুটিং...
শ্ৰীলংকাত  ৰোলবলাৰ  পাৰ্থ জৈনৰ সোণজয়

শ্ৰীলংকাত ৰোলবলাৰ পাৰ্থ জৈনৰ সোণজয়

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ পাৰ্থ জৈনে শ্ৰীলংকাৰ কলম্বোত ১৮-১৯ ছেপ্তেম্বৰত অনুষ্ঠিত দুই দেশীয় ৰোলবল প্ৰতিযোগিতাত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি সোনৰ পদক অৰ্জন কৰে। অসম ৰোলবল সংস্থাই পাৰ্থৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। ১৪ বছৰ অনুৰ্ধৰ শাখাত ভাৰতক...
গুৱাহাটী ছাইত “ চানডে অন চাইকেল ” কাৰ্যসূচীৰ ৯১ তম সংস্কৰণ

গুৱাহাটী ছাইত “ চানডে অন চাইকেল ” কাৰ্যসূচীৰ ৯১ তম সংস্কৰণ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ (ছাই), আঞ্চলিক কেন্দ্ৰ, গুৱাহাটীয়ে দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই আঞ্চলিক কেন্দ্ৰত সাংবাদিকসকলৰ অংশগ্ৰহণেৰে “ চানডে অন চাইকেল ” কাৰ্যসূচীৰ ৯১তম সংস্কৰণ আয়োজন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে...