শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন,অসমৰ ল’ৰা-ছোৱালীৰ দল ৰাওনা

শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন,অসমৰ ল’ৰা-ছোৱালীৰ দল ৰাওনা

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অহা ১৬-১৯ ছেপ্টেম্বৰলৈ মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত হ’ব “উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬”৷ প্ৰতিযোগিতাখনত অংশ লোৱাৰ বাবে অসমৰ ল’ৰা-ছোৱালীৰ দল দুটা সোমবাৰে গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ উল্লেখ্য যে...
“এছিয়ান গেমছ”ৰ বাবে ভাৰতীয় সাংবাদিকৰ দলত স্থান লাভ অসমৰ বিপুল বৰ্মনৰ

“এছিয়ান গেমছ”ৰ বাবে ভাৰতীয় সাংবাদিকৰ দলত স্থান লাভ অসমৰ বিপুল বৰ্মনৰ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন জাপানৰ Aichi-Nagoya ত ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ অনুষ্ঠিত হ’ব “২০ সংখ্যক এছিয়ান গেমছ ২০২৬” । এছিয়া মহাদেশৰ সৰ্বশ্ৰেষ্ঠ ক্ৰীড়া মহোৎসৱত বাতৰি সংগ্ৰহৰ বাবে যাত্ৰা কৰিবলগীয়া ভাৰতীয় সাংবাদিকৰ দলত স্থান লাভ...
“গুৱাহাটী দবা একাডেমী অনুৰ্ধ ৭ বছৰ দবা চেম্পিয়নশ্বিপ–২০২৬”,জিয়াঞ্চ ৰিয়ান কাশ্যপ বিজয়ী

“গুৱাহাটী দবা একাডেমী অনুৰ্ধ ৭ বছৰ দবা চেম্পিয়নশ্বিপ–২০২৬”,জিয়াঞ্চ ৰিয়ান কাশ্যপ বিজয়ী

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰা “অনুৰ্ধ-৭ বছৰ দবা চেম্পিয়নশ্বিপ–২০২৬” ত জিয়াঞ্চ ৰিয়ান কাশ্যপে ৬ খন খেলৰ পৰা ৬ পইণ্ট সংগ্ৰহ কৰি চেম্পিয়নৰ খিতাপ দখল কৰে। আৰৱ আগৰৱালাই ৬ খনৰ পৰা ৫ পইণ্ট লাভ কৰি দ্বিতীয় স্থান...
অংকুৰজ্যোতি ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ

অংকুৰজ্যোতি ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “প্ৰথম সদৌ অসম ১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্ট”।১৫ টা ক্ৰিকেট দলৰ অংশগ্ৰহণ।এ এন এ ক্ৰিকেট একাডেমী চেম্পিয়ন। গুৱাহাটীৰ মাছখোৱাস্থিত ঈদগাহ খেলপথাৰত অনুষ্ঠিত হয় “প্ৰথম সদৌ অসম ১২ অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেন্ট-ছামাৰ...
“প্ৰীতি লনবল মেচ”ত চেম্পিয়ন অসম পুলিছ লনবল দল

“প্ৰীতি লনবল মেচ”ত চেম্পিয়ন অসম পুলিছ লনবল দল

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন সৰুসজাইৰ লনবল গ্ৰীণত “প্ৰীতি লনবল মেচ”।অসম পুলিছ বনাম অসম লনবল সন্থাৰ খেলুৱৈৰ অংশগ্ৰহণ।চেম্পিয়ন অসম পুলিছ লনবল দল । শনিবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ লনবল গ্ৰীণত অনুষ্ঠিত হয় এখনি...