শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন আৰম্ভ,দলীয় শাখাৰ ফাইনেলত অসমৰ ল’ৰা-ছোৱালী

শ্বিলঙত উত্তৰ-পূৱ বেডমিণ্টন আৰম্ভ,দলীয় শাখাৰ ফাইনেলত অসমৰ ল’ৰা-ছোৱালী

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন আঠখন ৰাজ্যৰ প্ৰায় আঢ়ৈশ খেলুৱৈৰ অংশগ্ৰহণৰে বুধবাৰৰ পৰা মেঘালয়ৰ শ্বিলঙত আৰম্ভ হৈছে “য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬” ৷ জৱাহৰলাল নেহৰু ক্ৰীড়া প্ৰকল্পৰ ইনড’ৰ ষ্টেডিয়ামত...
থাইলেণ্ডৰ “এছিয়ান চেম্পিয়নশ্বিপ”লৈ অভিলেখ সংখ্যক অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈ নিৰ্বাচিত হোৱাৰ লক্ষ্য

থাইলেণ্ডৰ “এছিয়ান চেম্পিয়নশ্বিপ”লৈ অভিলেখ সংখ্যক অসমৰ হেণ্ড টু হেণ্ড খেলুৱৈ নিৰ্বাচিত হোৱাৰ লক্ষ্য

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ৰাজস্থানত “ষষ্ঠ নেচনেল হেণ্ড টু হেণ্ড ফাইটিং স্পৰ্টছ চেম্পিয়নশ্বিপ”।গুৱাহাটীৰ পৰা ৰাওনা ১০ জনীয়া অসম দল।অসম দলৰ নেতৃত্বত দেৱজিৎ গগৈ। অহা ১৮ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ ৰাজস্থানৰ যোধপুৰত অনুষ্ঠিত হ’ব...
এছিয়ান গেমছ ২০২৬ ৰ ভাৰতীয় ছেপাকটাক্ৰ’ দলত অসমৰ অ’ অমৰজিৎ সিংহ

এছিয়ান গেমছ ২০২৬ ৰ ভাৰতীয় ছেপাকটাক্ৰ’ দলত অসমৰ অ’ অমৰজিৎ সিংহ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ উদীয়মান ছেপাকটাক্ৰ’ খেলুৱৈ অ’ অমৰজিৎ সিংহই জাপানৰ নাগোয়া আৰু আইচি চহৰত অহা ১৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছত ভাৰতীয় ছেপাকটাক্ৰ’ দলক প্ৰতিনিধিত্ব কৰিব। কাছাৰ জিলাৰ নয়াগ্ৰাম গাৱঁৰ...
“আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা” আৰম্ভ

“আন্তঃ বিদ্যালয় ভলীবল প্ৰতিযোগিতা” আৰম্ভ

দীপক কুমাৰ দাসৰ প্ৰতিবেদন নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত, নলবাৰী বিদ্যালয় সমূহৰ পৰিদৰ্শক, নলবাৰী জিলা ক্ৰীড়া বিষয়াৰ সহযোগত পি এম শ্ৰী ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সোমবাৰে পুৱা দহ বজাৰ পৰা অনুষ্ঠিত কৰা হৈছে বড়িগোগ বনভাগ শিক্ষা খণ্ডৰ আন্তঃ বিদ্যালয় ভলীবল...