২১ নৱেম্বৰ গুৱাহাটীঃ"অটিজম স্পৰ্টছ এছচিয়েচন অৱ অসম" নামৰ নতুনকৈ সংগঠন এটিৰ আত্মপ্ৰকাশ ঘটিল । দেওবাৰে গুৱাহাটীৰ দিছপুৰত অনুষ্ঠিত এক সভাত সংগঠনটোৰ নতুন সমিতি গঠন কৰা হয়। আই.আই.টি য. গুৱাহাটীৰ অধ্যাপক ড০ উৎপল বৰাৰ সভাপতিত্বত অনুষ্ঠিত দেওবাৰৰ
সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তি উপস্থিত থাকিল । নৱ গঠিত "অটিজিম স্পৰ্টছ এছ'চিয়েচনচ অৱ অসম"ৰ সিমিতিখন এনেধৰণৰ -
মুখ্য উপদেষ্টা --ড০ উৎপল বৰা,
উপদেষ্টা - জিতেন গগৈ, ত্ৰিকেন মেধি,
টুৰ্নামেন্ট ডিৰেক্টৰ - ড০ কুলেন দাস,
সভাপতি - ভূমিধৰ বৰ্মন, উপ সভাপতি - মালবিকা কলিতা আৰু অনুপম শৰ্মা, সম্পাদক - বিশাখা বৈশ্য চলিহা,
যুটীয়া সম্পাদক- মানৱ মেধি, ববিতা শইকীয়া, কোষাধ্যক্ষ - হিমাংশু হাজৰিকা,
কাযকৰী সদস্য - উকিল ৰয়, ড০ পন্ঝি নাথ, ৰবীন কাকতী, মোহন ঘোষ আৰু ভাৰ্গৱ নাথ।


0 Comments