অসমৰ হেণ্ডবল ক্ষেত্রত সূচনা হ’ল নতুন দিগন্তৰ

অসমৰ হেণ্ডবল ক্ষেত্রত সূচনা হ’ল নতুন দিগন্তৰ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম হেণ্ডবল সন্থাৰ বৈঠক। “এন এফ ৰেলৱে স্পৰ্টছ এছচিয়েচন”ৰ সাধাৰণ সম্পাদক নবীন সিঙৰে মত-বিনিময় । বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত গ্ৰহণ। এন এফ ৰেলৱে ইনডৰ ষ্টেডিয়ামত “অসম প্ৰীমিয়াৰ হেণ্ডবল লীগ”ৰ...