বিশ্ব জুনিয়ৰ বেডমিণ্টনত টিম ইণ্ডিয়াৰ মেনেজাৰ অসমৰ ওমৰ ৰছিদ

বিশ্ব জুনিয়ৰ বেডমিণ্টনত টিম ইণ্ডিয়াৰ মেনেজাৰ অসমৰ ওমৰ ৰছিদ

গুৱাহাটীঃ ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰিছে বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক তথা অসম বেডমিণ্টন সংন্হাৰ সম্পাদক ওমৰ ৰছিদে। বিশ্ব বেডমিণ্টন ফেডাৰেচন (BWF)...