by Gogo Sports NE | Aug 21, 2026 | Badminton
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতৰ মহিলা ডাবলছ যুটি গায়ত্ৰী গোপীচান্দ আৰু তৃষা জলীয়ে চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ মহিলা ডাবলছ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি পদক জয় নিশ্চিত কৰিছে৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ...
by Gogo Sports NE | Aug 20, 2026 | Badminton
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত একক শাখাত ভাৰতৰ প্ৰত্যাহ্বান অন্ত পৰিছে৷ প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আয়ুষ ছেট্টী আৰু পি ভি সিন্ধু পুৰুষ আৰু মহিলাৰ এককত পৰাস্ত হোৱাৰ লগে লগে ঘৰুৱা দলৰ আশা...
by Gogo Sports NE | Aug 19, 2026 | Badminton
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় বেডমিণ্টনৰ নৱ তাৰকা আয়ুষ ছেট্টীৰ লগতে অভিজ্ঞ পি ভি সিন্ধুই চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়যাত্ৰা অব্যাহত ৰাখি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ কিন্তু প্ৰতিযোগিতাৰ পৰা দ্বিতীয় ৰাউণ্ডতে বিদায় লয়...
by Gogo Sports NE | Aug 18, 2026 | Badminton
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন পি ভি সিন্ধুৰ পাছত দ্বিতীয় ভাৰতীয় শ্বাটলাৰৰূপে মহিলাৰ একক শাখাত অংশ লোৱা উন্নতি হুদাই চলিত বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ...
by Gogo Sports NE | Aug 9, 2026 | Badminton
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কোৰিয়াৰ মাটিত অসমকন্যা অস্মিতা চলিহাই ৰচিলে গৌৰৱময় ইতিহাস । “কোৰিয়া মাষ্টাৰ্ছ ২০২৬” ৰ মহিলাৰ একক শাখাত খিতাপ দখল কৰি দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে অসমকন্যা অস্মিতাই।ফাইনেলৰ ৰোমাঞ্চকৰ মেচত চীনৰ খেলুৱৈ হান কিয়ান্সিক...