by Gogo Sports NE | Jul 30, 2026 | Football
গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন মণিপুৰৰ এফ চি ৰেংদাই দলে ইতিহাস গঢ়ি চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”ৰ অভিষেক মেচতে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ বৃহস্পতিবাৰে ইম্ফলত অনুষ্ঠিত গ্ৰুপ ‘ডি’ৰ মেচত দলে একমাত্ৰ গলত পৰাস্ত কৰে ভাৰতীয় নৌ সেনাৰ ফুটবল...
by Gogo Sports NE | Jul 29, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন প্ৰতিশ্ৰুতি সম্পন্ন ফৰৱাৰ্ড বন্দনা বড়োৰ চাৰি গল’ৰ সহায়ত মৰিগাঁৱৰ মৰিগাঁও উঃমাঃ আৰু বহুমুখী বিদ্যালয়ে নৃপেন্দ্ৰ নাৰায়ন সিংহ সোঁৱৰণী “১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ আন্তঃজিলা স্কুল ফুটবল প্ৰতিযোগিতা ২০২৬” ৰ উদ্বোধনী খেলত...
by Gogo Sports NE | Jul 25, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাই শনিবাৰে ডিমা হাছাওৰ উমৰাংছ’ৰ এচিএ ক্ৰিকেট ষ্টেডিয়ামত ফ্লাড লাইট ব্যৱস্থাৰ উদ্বোধনেৰে ৰাজ্যত ক্ৰিকেট আন্তঃগাঁথনি শক্তিশালী কৰাৰ পথত আন এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰে ।ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ...
by Gogo Sports NE | Jul 23, 2026 | Others
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ৬০ বছৰত ভৰি দিলে ৰাজ্যৰ বিশিষ্ট ক্ৰীড়া সংগঠক ড০ বিষ্ণুৰাম নুনিছাই । ১৯৬৭ চনৰ ১৪ জুলাইত জন্মগ্ৰহণ কৰা ড০ নুনিছাক মংগলবাৰে জন্মদিনৰ ওলগ জনোৱাৰ লগতে অসমৰ এক আগশাৰীৰ বে-চৰকাৰী সংস্থা হিউমেন পাৱাৰ ফাউণ্ডেচনে প্ৰদান কৰিলে “ক্ৰীড়াবন্ধু...
by Gogo Sports NE | Jul 23, 2026 | Jiu-Jitsu
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম জু-জিৎসু সন্থাই গৌৰৱৰ সৈতে জনাইছে যে যোৱা ১৪ জুলাইৰ পৰা ২০ জুলাইলৈ কাজাখস্তানৰ আলমাটিত অনুষ্ঠিত হোৱা “দশম এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ আৰু তৃতীয় যুৱ এছিয়ান জু-জিৎসু চেম্পিয়নশ্বিপ ২০২৬” ত অসমৰ খেলুৱৈসকলে উজ্জ্বল...