বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভঃজয়ৰে অভিযান পি ভি সিন্ধুৰ

বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ আৰম্ভঃজয়ৰে অভিযান পি ভি সিন্ধুৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন প্ৰাক্তন বিশ্ব চেম্পিয়ন পি ভি সিন্ধুই নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত সোমবাৰৰ পৰা আৰম্ভ হোৱা বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত চমকপ্ৰদ জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় বেডমিণ্টন সন্থাৰ উদ্যোগত সুদীৰ্ঘ ১৭ বছৰ পাছত...