গুৱাহাটীত প্ৰ’ পাঞ্জা লীগৰ ট্ৰায়েল, নিৰ্বাচিতসকলে পাব গোল্ডেন টিকট

গুৱাহাটীত প্ৰ’ পাঞ্জা লীগৰ ট্ৰায়েল, নিৰ্বাচিতসকলে পাব গোল্ডেন টিকট

গুৱাহাটী, ২৬ ছেপ্টেম্বৰ ২০২৬:পেছাদাৰী আৰ্মৰেছলিং লীগ প্ৰ’ পাঞ্জা লীগৰ উত্তৰ-পূবৰ ট্ৰায়েল অহা ৩ অক্টোবৰত গুৱাহাটীৰ ৰুক্মিণীনগৰ অডিটৰিয়াম অনুষ্ঠিত হ’ব। অসমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পুৰুষ আৰু মহিলা উভয়ে এই ট্ৰায়েলত অংশ ল’ব পাৰিব। ৰেজিষ্ট্ৰেছন...