কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি,পুৰুষৰ ৬৫ কেজি শাখাত ৰূপ আজুৰিলে ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ

July 27, 2026

K

Gogo Sports NE

গ'গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন

স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে "কমনৱেলথ গেমছ ২০২৬" । দেওবাৰে ভাৰতে চতুৰ্থটো পদক লাভ কৰে ভাৰোত্তোলনৰ জৰিয়তে ।পুৰুষৰ ৬৫ কেজি শাখাত ৰূপৰ পদক আজুৰি আনিলে ভাৰতীয় ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ।মুথুপাণ্ডী-এ স্নেচত ১২৬ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১৬০ কেজি উত্তোলন কৰি সৰ্বমুঠ ২৮৬ কেজিৰে দিলে চমক ।

উল্লেখ্য যে,ইয়াৰ পূৰ্বে ভাৰোত্তোলনত মিৰাবাঈ চানুৱে ৪৮ কেজিত সোণ জিনাৰ বিপৰীতে ৬০ কেজি শাখাত ঋষিকান্ত সিঙে ভাৰতক উপহাৰ দিলে ৰূপৰ পদক ।

0 Comments

Submit a Comment

Your email address will not be published. Required fields are marked *