“এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ”ত অসমৰ ৫ সন্তানৰ প্ৰতিনিধিত্ব,স্নেচত অসমকন্যা পৰিস্মিতা গগৈৰ সোণজয়

“এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ”ত অসমৰ ৫ সন্তানৰ প্ৰতিনিধিত্ব,স্নেচত অসমকন্যা পৰিস্মিতা গগৈৰ সোণজয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ৭ আগষ্টৰ পৰা ১৪ আগষ্টলৈ তাচকেন্টত অনুষ্ঠিত হৈছে “য়ুথ আৰু জুনিয়ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ”।এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ ৫ গৰাকী খেলুৱৈ ক্ৰমে-য়ুথৰ ৬০ কেজিত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়া,য়ুথৰ ৭৫ কেজি...
কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি,পুৰুষৰ ৬৫ কেজি শাখাত ৰূপ আজুৰিলে ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ

কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি,পুৰুষৰ ৬৫ কেজি শাখাত ৰূপ আজুৰিলে ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে “কমনৱেলথ গেমছ ২০২৬” । দেওবাৰে ভাৰতে চতুৰ্থটো পদক লাভ কৰে ভাৰোত্তোলনৰ জৰিয়তে ।পুৰুষৰ ৬৫ কেজি শাখাত ৰূপৰ পদক আজুৰি আনিলে ভাৰতীয় ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ।মুথুপাণ্ডী-এ স্নেচত ১২৬...
“কমনৱেলথ গেমছ-২০২৬” ৰ ভাৰতীয় ভাৰোত্তোলন দলৰ অন্যতম প্ৰশিক্ষক অসম সন্তান অলকেশ বৰুৱা

“কমনৱেলথ গেমছ-২০২৬” ৰ ভাৰতীয় ভাৰোত্তোলন দলৰ অন্যতম প্ৰশিক্ষক অসম সন্তান অলকেশ বৰুৱা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন স্কটলেণ্ডৰ গ্লাছগোত পূৰ্ণগতিত অব্যাহত আছে “কমনৱেলথ গেমছ-২০২৬”। এই প্ৰতিযোগিতাত দেওবাৰৰ পৰা আৰম্ভ হ’ব ভাৰোত্তোলন ক্ৰীড়া।ভাৰতৰ হৈ এইবাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ১১ গৰাকী ভাৰোত্তোলন খেলুৱৈ-এ।ভাৰতীয় দলটোৰ অন্যতম...