by Gogo Sports NE | Sep 9, 2026 | Cricket
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ ২০২৬ চনৰ “কনকলতা বৰুৱা আন্তঃজিলা টি-২০ মহিলা ক্ৰিকেট প্ৰতিযোগিতা” অহা ১২ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ’ব । প্ৰাৰম্ভিক ৰাউণ্ডৰ খেলবোৰ চাৰিটা স্থান, ক্ৰমে, — মৰিগাঁও, মঙলদৈ, ডিব্ৰুগড়...
by Gogo Sports NE | Sep 8, 2026 | Others
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ৰাজীৱ প্ৰকাশ বৰুৱাৰ “একৈশ শতিকাৰ আঢ়ৈটা দশক” শীৰ্ষক গ্ৰন্থ উন্মোচন।বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কৰিলে গ্ৰন্থ উন্মোচন।গ্ৰন্থত সন্নিবিষ্ট ক্ৰীড়া সম্বন্ধীয় ত্রিশৰো অধিক প্ৰৱন্ধ । এসময়ৰ সুদক্ষ প্ৰশাসক তথা বৰ্তমানৰ সুদক্ষ...
by Gogo Sports NE | Sep 8, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ জ’জ ফিল্ডত অনুষ্ঠিত হোৱা ফাইনেলত মৰিগাঁৱক ৬ উইকেটত হৰুৱাই “জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট”ৰ প্লেট গ্ৰুপৰ প্ৰতিযোগিতাত গোৱালপাৰা চেম্পিয়ন হৈছে । টছত জয়ী হৈ মৰিগাঁৱে প্ৰথমে বেটিং লৈ ৫০ অভাৰত ৮-১৪১...
by Gogo Sports NE | Sep 8, 2026 | Cricket
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ এচিএ ষ্টেডিয়ামৰ সংলগ্ন খেলপথাৰত হোৱা ফাইনেলত গুৱাহাটীক ৬ উইকেটত হৰুৱাই ছোৱালীৰ “১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট”ত বোকাখাত চেম্পিয়ন হৈছে । ২০ অভাৰৰ খেলখনত টছত জয়ী হোৱাৰ পাছত বোকাখাতে ফিল্ডিং বাছি লৈ...
by Gogo Sports NE | Sep 7, 2026 | Kung Fu
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ৫ আৰু ৬ ছেপ্তেম্বৰত গুৱাহাটীৰ পল্টনবজাৰস্থিত গোৰ্খা ভৱনত অনুষ্ঠিত হয় “দ্বিতীয় নৰ্থ ইষ্ট কুংফু ফেডাৰেছন কাপ ২০২৬” ।কুংফু স্পৰ্টছ এছচিয়েচন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে উত্তৰ পূবৰ ৫ খন...