অষ্ট্ৰেলিয়া “এ” দলৰ বিৰুদ্ধে ভাৰতীয় “এ” দলত নিৰ্বাচিত উমা চেত্ৰী আৰু জিন্টিমণি কলিতা

অষ্ট্ৰেলিয়া “এ” দলৰ বিৰুদ্ধে ভাৰতীয় “এ” দলত নিৰ্বাচিত উমা চেত্ৰী আৰু জিন্টিমণি কলিতা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে আগন্তুক ছিৰিজৰ বাবে ভাৰতীয় “এ” মহিলা ক্ৰিকেট দললৈ অসমৰ উমা চেত্ৰী আৰু জিন্টিমণি কলিতা নিৰ্বাচিত হোৱাত অসম ক্ৰিকেট সন্থা আনন্দিত হৈছে । এই ভ্ৰমণত অষ্ট্ৰেলিয়া “এ”ৰ বিৰুদ্ধে ভাৰতীয়...
মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ গভীৰ শোক প্ৰকাশ

মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাৰ গভীৰ শোক প্ৰকাশ

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ মুকুট দাসৰ মৃত্যুত অসম ক্ৰিকেট সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে । বুধবাৰে গুৱাহাটীত ৭৪ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।এজন প্ৰতিভাৱান অল-ৰাউণ্ডাৰ দাসে প্ৰথম শ্ৰেণীৰ ১৪খন খেলত অসমক...
য়নেক্স-ছানৰাইজ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ- ২০২৬,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে শুভ উদ্বোধন

য়নেক্স-ছানৰাইজ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ- ২০২৬,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰিলে শুভ উদ্বোধন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম বেডমিণ্টন সন্থাৰ তত্ত্বাৱধানত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হৈছে “য়নেক্স-ছানৰাইজ ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬”। বৃহস্পতিবাৰে...
অসম বেছবল চফ্টবল সন্থাৰ “ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা” সম্পন্ন

অসম বেছবল চফ্টবল সন্থাৰ “ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা” সম্পন্ন

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বুধবাৰে দিছপুৰৰ চুপাৰ মাৰ্কেটস্থিত প্ৰতীমা বৰুৱা পাণ্ডে কৃষ্টি কলা সংঘ ক্ষেত্রত অনুষ্ঠিত হয় অসম বেছবল চফ্টবল সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। এই সভাত সৰ্ব সন্মতি ক্ৰমে গ্ৰহণ কৰা হয় কেইবাটাও সিদ্ধান্ত।সেই অনুসৰি ,অহা ২৬...
আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ পূৰ্ণগতিত,২৮ আগষ্টত প্ৰতিযোগিতাৰ ফাইনেল

আই টি এফ ৱ’ল্ড মাষ্টাৰ্ছ এম টি ২০০ টেনিছ পূৰ্ণগতিত,২৮ আগষ্টত প্ৰতিযোগিতাৰ ফাইনেল

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম টেনিছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ চচলস্থিত সন্থাৰ কমপ্লেক্সত চলি থকা আই টি এফ ৱ’ল্ড টেনিছ মাষ্টাৰ্ছ এম টি ২০০ প্ৰতিযোগিতাখনৰ তিনিটা বয়স শাখা ক্ৰমে ৪৫, ৫৫ আৰু ৬৫ বছৰ উধ্বৰ্ৰ সকলো ছেমিফাইনেল মেচ বুধবাৰে সমাপ্ত হৈছে৷ আনহাতে, ৩৫...