শুকুৰবাৰে অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ ফাইনেল,ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ নিব্ৰাছ হুছেইনে

শুকুৰবাৰে অইল আইটা ৰাষ্ট্ৰীয় ছুপাৰ ছিৰিজ টেনিছৰ ফাইনেল,ত্ৰিমুকুটৰ লক্ষ্যৰে খেলিব অসমৰ নিব্ৰাছ হুছেইনে

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসমৰ নিব্ৰাছ হুছেইনে গুৱাহাটীৰ চচল টেনিছ প্ৰকল্পত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্ৰতিযোগিতাৰ ল’ৰাৰ ১৪ আৰু ১৬ বছৰ অনুৰ্ধৰ একক শাখাৰ ফাইনেলত প্ৰবেশ কৰাৰ লগতে ১৬ অনুৰ্ধৰ ডাবলছৰ খিতাপৰ যুঁজলৈও অগ্ৰসৰ হৈছে৷ শুক্ৰবাৰে ত্ৰিমুকুটৰ...
অসম প্ৰিমিয়াৰ লীগ,যোৰহাট ষ্টেলিয়নছক হৰুৱাই গুৰুত্বপূৰ্ণ পইণ্ট লাভ চৰাইদেউ ছানৰাইজাৰ্ছৰ

অসম প্ৰিমিয়াৰ লীগ,যোৰহাট ষ্টেলিয়নছক হৰুৱাই গুৰুত্বপূৰ্ণ পইণ্ট লাভ চৰাইদেউ ছানৰাইজাৰ্ছৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ঋষভ দীপকৰ অলৰাউণ্ড প্ৰদৰ্শনৰে চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ বৃহস্পতিবাৰে হোৱা এখন মেচত যোৰহাট ষ্টেলিয়নছক সাত উইকেটত পৰাস্ত কৰি গুৰুত্বপূৰ্ণ দুই পইণ্ট লাভ কৰে৷ গুৱাহাটীৰ এ চি এ...
ডুৰাণ্ড কাপঃকোৱাৰ্টাৰ ফাইনেলত ইষ্ট বেংগল-জামছেদপুৰ এফ চি,হলিচৰণৰ ৪ গলেৰে বৃহৎ জয়ৰ পাছতো আশাহত বড়োলেণ্ড এফ চি

ডুৰাণ্ড কাপঃকোৱাৰ্টাৰ ফাইনেলত ইষ্ট বেংগল-জামছেদপুৰ এফ চি,হলিচৰণৰ ৪ গলেৰে বৃহৎ জয়ৰ পাছতো আশাহত বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় দলৰ প্ৰাক্তন সদস্য তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীৰ চাৰিটা গলেৰে বড়োলেণ্ড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা এখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৬-০ গলৰ ব্যৱধানত...
“অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬”ৰ সফল সামৰণি

“অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬”ৰ সফল সামৰণি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “অসম অপেন ৰেংকিং জু-জিৎসু চেম্পিয়নশ্বিপ-২০২৬”।প্ৰায় ৩৪০ গৰাকী জু-জিৎসু খেলুৱৈৰ অংশগ্ৰহণ। শোণিতপুৰ জিলালৈ শ্ৰেষ্ঠ দলৰ সন্মান। কামৰূপ মেট্ৰ-এ অৰ্জন কৰে ৰাৰ্ণাছ আপৰ সন্মান। যোৱা ৯ আগষ্টত জু-জিৎসু এছচিয়েচন অৱ আছামৰ উদ্যোগত তথা...
অহা ১৮ আগষ্টৰ পৰা জে কে বৰুৱা (অনুৰ্ধ-১৯ ) ট্ৰফী আন্তঃজিলা ক্ৰিকেট

অহা ১৮ আগষ্টৰ পৰা জে কে বৰুৱা (অনুৰ্ধ-১৯ ) ট্ৰফী আন্তঃজিলা ক্ৰিকেট

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাৰ ২০২৬–২৭ ছিজনৰ জে কে বৰুৱা (অনুৰ্ধ-১৯ বছৰ ) ট্ৰফী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা অহা ১৮ আগষ্টৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত আৰম্ভ হ’ব । সেই অনুসৰি অংশগ্ৰহণকাৰী জিলা দলসমূহক দুটা গ্ৰুপত ভাগ কৰা হৈছে-“এলিট...