by Gogo Sports NE | Aug 8, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বিগত দুটা ছিজনৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ত ক্ৰমাগত দ্বিতীয় মেচত জয়ৰে গ্ৰুপত নিজৰ শীৰ্ষস্থান অক্ষুন্ন ৰাখিছে৷ ৰাজকীয় জয়ৰে অভিযান আৰম্ভ কৰা দলে শনিবাৰে...
by Gogo Sports NE | Aug 8, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী ৰয়েলছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ক্ৰমাগত দুখন মেচত জয়লাভ কৰি চাৰিখন খেলৰ পৰা ৬ পইণ্ট অৰ্জনৰে তালিকাৰ দ্বিতীয় স্থানত উপনিত হৈছে৷ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত শনিবাৰে অনুষ্ঠিত...
by Gogo Sports NE | Aug 8, 2026 | Wushu
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ৩০ জুলাইৰ পৰা ৪ আগষ্টলৈ জৰ্জিয়াৰ বাটুমিত অনুষ্ঠিত হয় “বাটুমি অপেন ইন্টাৰনেচনেল উশ্বু চেম্পিয়নশ্বিপ” ।এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ খেলুৱৈ-এ লাভ কৰে ৯ টা পদক।ইয়াৰে ৪ টা সোণ,৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক ।...
by Gogo Sports NE | Aug 8, 2026 | Athletics
দীপক কুমাৰ দাসৰ প্ৰতিবেদন নলবাৰী ক্ৰীড়া সন্থাৰ উদ্যোগত শুক্ৰবাৰে বিয়লি চাৰি বজাত সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ যায় পঞ্চম সংখ্যক “নেচনেল জেভলিন দিৱস”। উক্ত দিৱসৰ লগত সংগতি ৰাখি জেভলিন থ্ৰো প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। চিনিয়ৰ ল’ৰাৰ শাখাত প্ৰথম...
by Gogo Sports NE | Aug 8, 2026 | Hockey
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ছত্তীশগড়ত অনুষ্ঠিত “চি বি এছ চি ফাৰ ইষ্ট জ’ন জুডো প্ৰতিযোগিতা” ২০২৬ ত চতিয়াস্থিত ‘চেম্পিয়নছ মেকাৰ একাডেমি”ৰ খেলুৱৈসকলে চমকপ্ৰদ সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ পিছতে একাডেমি চৌহদত...