জুডো চেম্পিয়নশ্বিপ ২০২৬ঃপদকপ্ৰাপ্ত চতিয়াৰ চেম্পিয়নছ মেকাৰ একাডেমিৰ খেলুৱৈসকলক ৰাজহুৱা সম্বৰ্ধনা

জুডো চেম্পিয়নশ্বিপ ২০২৬ঃপদকপ্ৰাপ্ত চতিয়াৰ চেম্পিয়নছ মেকাৰ একাডেমিৰ খেলুৱৈসকলক ৰাজহুৱা সম্বৰ্ধনা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ছত্তীশগড়ত অনুষ্ঠিত “চি বি এছ চি ফাৰ ইষ্ট জ’ন জুডো প্ৰতিযোগিতা” ২০২৬ ত চতিয়াস্থিত ‘চেম্পিয়নছ মেকাৰ একাডেমি”ৰ খেলুৱৈসকলে চমকপ্ৰদ সফলতা অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই সাফল্যৰ পিছতে একাডেমি চৌহদত...
“৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা”ত অসমকন্যাৰ সাফল্য

“৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা”ত অসমকন্যাৰ সাফল্য

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ৰাজস্থান জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়াম চুইমিং পুলত অনুষ্ঠিত হৈছে “৪২ সংখ্যক ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতা” । এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে অসমকন্যা...
“এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ”ত অসমৰ ৫ সন্তানৰ প্ৰতিনিধিত্ব,স্নেচত অসমকন্যা পৰিস্মিতা গগৈৰ সোণজয়

“এছিয়ান য়ুথ আৰু জুনিয়ৰ ভাৰোত্তোলন চেম্পিয়নশ্বিপ”ত অসমৰ ৫ সন্তানৰ প্ৰতিনিধিত্ব,স্নেচত অসমকন্যা পৰিস্মিতা গগৈৰ সোণজয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ৭ আগষ্টৰ পৰা ১৪ আগষ্টলৈ তাচকেন্টত অনুষ্ঠিত হৈছে “য়ুথ আৰু জুনিয়ৰ এছিয়ান ভাৰোত্তোলন চেম্পিয়নশ্বিপ”।এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমৰ ৫ গৰাকী খেলুৱৈ ক্ৰমে-য়ুথৰ ৬০ কেজিত চৰাইদেউৰ ধৰ্মজ্যোতি দেওঘৰীয়া,য়ুথৰ ৭৫ কেজি...
মই ফলাফলত বিশ্বাস নকৰো, প্ৰক্ৰিয়াটোক বিশ্বাস কৰোঁঃআয়ুষ্মান মালাকাৰ, এ পি এলৰ তেজপুৰ টাইটানছৰ ২০ বছৰীয়া অধিনায়কৰ অনুভৱ

মই ফলাফলত বিশ্বাস নকৰো, প্ৰক্ৰিয়াটোক বিশ্বাস কৰোঁঃআয়ুষ্মান মালাকাৰ, এ পি এলৰ তেজপুৰ টাইটানছৰ ২০ বছৰীয়া অধিনায়কৰ অনুভৱ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বয়স মাত্ৰ ২০ বছৰ৷ কিন্তু উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত তেজপুৰ টাইটানছ দলক নেতৃত্ব দিছে ৰাজ্যৰ কুৰি বছৰীয়া যুৱ অল-ৰাউণ্ডাৰ আয়ুষ্মান মালাকাৰে৷ সাধাৰণতে বহু ক্ৰিকেটাৰে কেৰিয়াৰ আৰম্ভ কৰাৰ বহু...
শুৱালকুছিত পঞ্চম ৰাষ্ট্ৰীয় জেভলিন দিৱস উদযাপন, শতাধিক খেলুৱৈৰ অংশগ্ৰহণ

শুৱালকুছিত পঞ্চম ৰাষ্ট্ৰীয় জেভলিন দিৱস উদযাপন, শতাধিক খেলুৱৈৰ অংশগ্ৰহণ

ভাৰতীয় এথলেটিকছ ফেডাৰেচনৰ নিৰ্দেশনাত আৰু অসম এথলেটিকছ সন্থাৰ তত্বাৱধানত, স্পোৰ্টছ একাডেমী অফ শুৱালকুছিৰ উদ্যোগত তথা কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সহযোগত শুক্ৰবাৰে শুৱালকুছিৰ মাধৱদেৱ ক্ষেত্ৰত পঞ্চম ৰাষ্ট্ৰীয় “জেভলিন দিৱস–২০২৬ ” উদযাপন আৰু কামৰূপ জিলা ভিত্তিত...