১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃজামছেদপুৰৰ বিৰুদ্ধে এফ চি দিল্লীৰ জয়

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলঃজামছেদপুৰৰ বিৰুদ্ধে এফ চি দিল্লীৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ মংগলবাৰে ৰাঁচিত হোৱা দিনটোৰ প্ৰথমখন মেচত অঘটন সৃষ্টি কৰি আই এছ এলৰ দল জামছেদপুৰ এফ চিৰ বিৰুদ্ধে এছ চি দিল্লী দলে ২-১ গলত জয়লাভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত...
অসম প্ৰিমিয়াৰ লীগঃৰোমাঞ্চকৰ মেচত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ জয়

অসম প্ৰিমিয়াৰ লীগঃৰোমাঞ্চকৰ মেচত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে বৰাক লিজেণ্ডছৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অধিনায়ক শিৱ শংকৰ ৰয়ৰ দৃষ্টিনন্দন বেটিঙৰ সহায়ত বৰাক লিজেণ্ডছে ক্ৰমাগত দ্বিতীয় জয়ৰে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] শীৰ্ষত থকা দুই দল ডিব্ৰুগড় ৱাৰিয়ৰ্ছ আৰু চৰাইদেউ ছানৰাইজাৰ্ছৰ সমানে চাৰি...
নতুন দিল্লী বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ নৱম স্থানত সিন্ধু:পুৰুষ-মহিলাৰ এককত চীনৰ শ্বি ইউকি, দক্ষিণ কোৰিয়াৰ আন ছে ইয়ঙৰ শীৰ্ষস্থান

নতুন দিল্লী বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ নৱম স্থানত সিন্ধু:পুৰুষ-মহিলাৰ এককত চীনৰ শ্বি ইউকি, দক্ষিণ কোৰিয়াৰ আন ছে ইয়ঙৰ শীৰ্ষস্থান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন জাপান অ’পেন চেম্পিয়ন পি ভি সিন্ধুৱে অহা ১৭-২৩ আগষ্টলৈ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ মহিলাৰ একক শাখাত ৰেংকিঙৰ নৱম স্থান লাভ কৰিছে৷ উল্লেখ্য যে দেশক ক্ৰমাগত দুখন অলিম্পিকত পদক...
“ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া”ত অসমৰ ১৪ টা পদক

“ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া”ত অসমৰ ১৪ টা পদক

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া”ত অসমৰ সাফল্য ।১৪ টা পদকেৰে জিলিকিল অসম দল।অসম ছাত্র অলিম্পিক সন্থাৰ শুভেচ্ছা। যোৱা ৩১ জুলাইৰ পৰা ২ আগষ্টলৈ হাৰিয়ানাৰ ৰৌতাকত অনুষ্ঠিত হয় ” ১৩ সংখ্যক ছাত্র অলিম্পিক ৰাষ্ট্ৰীয়...
শুভদ্বীপ ঘোষক ভাৰতীয় পুৰুষ জ্যেষ্ঠ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি ,অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

শুভদ্বীপ ঘোষক ভাৰতীয় পুৰুষ জ্যেষ্ঠ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি ,অসম ক্ৰিকেট সন্থাৰ অভিনন্দন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় জ্যেষ্ঠ পুৰুষ ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰা শুভদ্বীপ ঘোষক অসম ক্ৰিকেট সন্থাই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে ।অসমৰ প্ৰাক্তন ঘৰুৱা ক্ৰিকেটাৰ শুভদ্বীপ ঘোষে নিজা খেলুৱৈৰ কেৰিয়াৰত “অসম” আৰু...