১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,গুৱাহাটীত এফ চি ওৱানৰ বিৰুদ্ধে পৰাস্ত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ

১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল,গুৱাহাটীত এফ চি ওৱানৰ বিৰুদ্ধে পৰাস্ত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ সোমবাৰে গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ ‘এফ’ৰ দ্বিতীয় খন মেচত জন্মু-কাশ্মীৰৰ দল এফ চি ওৱানে...
অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ক্ৰমাগত দ্বিতীয় জয়ৰে শীৰ্ষত চৰাইদেউ ছানৰাইজাৰ্ছ

অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ক্ৰমাগত দ্বিতীয় জয়ৰে শীৰ্ষত চৰাইদেউ ছানৰাইজাৰ্ছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত [এ পি এল-২০২৬] ক্ৰমাগত দ্বিতীয় জয়ৰে পইণ্ট তালিকাৰ শীৰ্ষত উপনিত হৈছে৷ সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত...
সামৰণি পৰিল গ্লাছগ’ৰ “কমনৱেলথ গেমছ”, আহমেদাবাদত অনুষ্ঠিত হ’ব ২০৩০ ৰ “কমনৱেলথ গেমছ”

সামৰণি পৰিল গ্লাছগ’ৰ “কমনৱেলথ গেমছ”, আহমেদাবাদত অনুষ্ঠিত হ’ব ২০৩০ ৰ “কমনৱেলথ গেমছ”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন সামৰণি পৰিল গ্লাছগ’ৰ “কমনৱেলথ গেমছ”।বক্সিঙত ৰূপ অৰ্জনেৰে জিলিকিল অসমকন্যা লাভলীনা বৰগোঁহাই।৩৯ টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত ভাৰত ।আহমেদাবাদত অনুষ্ঠিত হ’ব ২০৩০ ৰ “কমনৱেলথ গেমছ”। স্কটলেণ্ডৰ...
বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

বানাক্ৰান্তৰ কাষত “সদৌ অসম ফুটবল খেলপৰিচালক কল্যাণ সন্থা”

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কেৱল ক্ৰীড়াতে সীমাবদ্ধ নহয় “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”ৰ কাম-কাজ । সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দায়বদ্ধতাৰে ৰাজ্যৰ বানাক্ৰান্তৰ কাষত থিয় দিছে “সদৌ অসম ফুটবল খেল পৰিচালক কল্যাণ সন্থা”।...
বিটিআৰত ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰচাৰ-প্ৰসাৰত আগ্ৰহী বিধায়িকা সেউলী মহিলাৰী

বিটিআৰত ৰাষ্ট্ৰীয় খেল হকীৰ প্ৰচাৰ-প্ৰসাৰত আগ্ৰহী বিধায়িকা সেউলী মহিলাৰী

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন কোৰৰাঝাৰত “অস্মিতা হকী চিটি লীগ”।”নামনি অসম মণ্ডল”ৰ মহিলা হকী দলৰ অংশগ্ৰহণ।বি.টি.আৰ. অঞ্চলত “ৰাষ্ট্ৰীয় খেল” হকীৰ প্ৰচাৰ-প্ৰসাৰ চলাব অসম হকী-এ।কোকৰাঝাৰৰ বিধায়িকা সেউলী মহিলাৰী-এ দিলে সেউজ সংকেত।...