৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ,টুৰ্ণামেণ্টৰ প্ৰথম ডিব্ৰুগড় আৰু দ্বিতীয় শিৱসাগৰ

৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ,টুৰ্ণামেণ্টৰ প্ৰথম ডিব্ৰুগড় আৰু দ্বিতীয় শিৱসাগৰ

দীপক কুমাৰ দাসৰ প্ৰতিবেদন অসম এথলেটিকছ সন্থাৰ উদ্যোগত আৰু নলবাৰী ক্ৰীড়া সন্থাৰ সহযোগত যোৱা ২৪ জুলাইৰ পৰা সৰিয়হতলী ক্ৰীড়া প্ৰকল্পৰ অত্যাধুনিক ষ্টেডিয়ামত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা “৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ”খনৰ...
কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি,পুৰুষৰ ৬৫ কেজি শাখাত ৰূপ আজুৰিলে ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ

কমনৱেলথ গেমছ ২০২৬ ত ভাৰতৰ পদকৰ সংখ্যা ৪ টালৈ বৃদ্ধি,পুৰুষৰ ৬৫ কেজি শাখাত ৰূপ আজুৰিলে ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে “কমনৱেলথ গেমছ ২০২৬” । দেওবাৰে ভাৰতে চতুৰ্থটো পদক লাভ কৰে ভাৰোত্তোলনৰ জৰিয়তে ।পুৰুষৰ ৬৫ কেজি শাখাত ৰূপৰ পদক আজুৰি আনিলে ভাৰতীয় ভাৰোত্তোলক ৰাজা মুথুপাণ্ডী-এ।মুথুপাণ্ডী-এ স্নেচত ১২৬...
“মাউন্ট এভাৰেষ্ট” জয়ী প্ৰথম গৰাকী অসমৰ মহিলা ৰূপামণি গড়লৈ ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ অসম চৰকাৰৰ

“মাউন্ট এভাৰেষ্ট” জয়ী প্ৰথম গৰাকী অসমৰ মহিলা ৰূপামণি গড়লৈ ১০ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ অসম চৰকাৰৰ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত “মাউণ্ট এভাৰেষ্ট” আৰোহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক সম্বৰ্ধনা জনালে অসম চৰকাৰে । লগতে এই অনুষ্ঠানতে সম্বৰ্ধনা জনালে এই ঐতিহাসিক অভিযানৰ সফল নেতৃত্ব বহন কৰা আই টি বি পিৰ সহকাৰী...
কমনৱেলথ গেমছ-২০২৬ ত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ ,ভাৰতৰ পদকৰ সংখ্যা ৩ টালৈ বৃদ্ধি

কমনৱেলথ গেমছ-২০২৬ ত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ ,ভাৰতৰ পদকৰ সংখ্যা ৩ টালৈ বৃদ্ধি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছ কমনৱেলথ গেমছ-২০২৬ । দেওবাৰে ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ ।মহিলাৰ ৪৮ কেজি শাখাত অলিম্পিক পদকজয়ী ভাৰোত্তোলক মিৰাবাঈ চানুৱে দখল কৰে সোণৰ পদক । ইয়াৰ লগে লগে একেৰাহে তিনিখন...
পূৰ্ণগতিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,ৰাইনিৰৰ হেট্ৰিক, জামছেদপুৰ এফ চিৰ জয়লাভ

পূৰ্ণগতিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল”,ৰাইনিৰৰ হেট্ৰিক, জামছেদপুৰ এফ চিৰ জয়লাভ

গ’গ স্পৰ্টছ এন ই-ৰ প্ৰতিবেদন ৰাইনিৰ ফাৰ্ণাণ্ডেজৰ হেট্ৰিকৰে আই এছ এলৰ দল জামছেদপুৰ এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবলত প্ৰত্যাশিত জয়ৰে অভিযান আৰম্ভ কৰিছে৷ ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ দেওবাৰে বিৰ্ছামুণ্ডা ফুটবল ষ্টেডিয়ামত অনুষ্ঠিত...