by Gogo Sports NE | Jul 28, 2026 | Boxing
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৩ জুলাইৰ পৰা স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে কমনৱেলথ গেমছ ২০২৬ । এইবাৰৰ প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১৪ গৰাকী বক্সাৰে দেশৰ হৈ প্ৰদৰ্শন আগবঢ়াইছে ।ভাল লগা কথাটো হ’ল যে, চলিত কমনৱেলথ গেমছত ভাৰতীয় বক্সিং দলৰ পৰ্যবেক্ষক ৰূপে...
by Gogo Sports NE | Jul 28, 2026 | Cricket
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম প্ৰিমিয়াৰ লীগৰ [এ পি এল-২০২৬] মুখ্য স্পনছৰ হ’ব ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ৷ অসম ক্ৰিকেট সন্থাই লীগৰ টাইটেল স্পনছৰৰ বিষয়ে আনুষ্ঠানিক ঘোষণা কৰি লগতে অবগত কৰিছে যে অহা ১ আগষ্টৰ পৰা গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত আৰম্ভ হ’বলগা...
by Gogo Sports NE | Jul 27, 2026 | Football
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ প্ৰতিযোগিতা”ৰ খেল মংগলবাৰৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফলত আৰম্ভ হ’ব৷ খুমান লাম্পাক ষ্টেডিয়ামত বিয়লি ৫ বজাত হ’বলগা গ্ৰুপ ‘ডি’ৰ প্ৰথমখন মেচত স্থানীয় দুই দল...
by Gogo Sports NE | Jul 27, 2026 | Weightlifting
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “কমনৱেলথ গেমছ-২০২৬” ত অপ্ৰতিৰোধ্য ভাৰত।ভাৰতৰ পদকৰ সংখ্যা ৫ টালৈ বৃদ্ধি ।মিৰাবাঈ চানু-এ ভাৰকক উপহাৰ দিলে প্ৰথমটো স্বৰ্ণ পদক। মংগলবাৰে প্ৰতিযোগিতাত নামিব অসমৰ নয়নমণি শইকীয়া। স্কটলেণ্ডৰ গ্লাছগোত সগৌৰৱেৰে অব্যাহত আছে...
by Gogo Sports NE | Jul 27, 2026 | Cricket
গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ২৬ জুলাইৰ পৰা ৯ আগষ্টলৈ গুৱাহাটীৰ জ’জ খেলপথাৰত অনুষ্ঠিত হৈছে ” গ্ৰীষ্মকালীন ক্ৰিকেট শিবিৰ” । অসম ক্ৰিকেট সন্থাৰ তত্বাবধানত তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজন কৰা এই ১৫ দিনীয়া শিবিৰটো পৰিচালনা কৰিছে...