ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী চুড়ান্ত,১৭ আগষ্টত শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেড-লাজং এফ চি

ডুৰাণ্ড কাপৰ কোৱাৰ্টাৰ ফাইনেলৰ সূচী চুড়ান্ত,১৭ আগষ্টত শ্বিলঙত নৰ্থ ইষ্ট ইউনাইটেড-লাজং এফ চি

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ গ্ৰুপৰ লীগ মেচৰ সমাপ্তিৰ পাছত এতিয়া অহা ১৬ আৰু ১৭ আগষ্টত অনুষ্ঠিত হ’ব চাৰিখন কোৱাৰ্টাৰ ফাইনেল ৷ আয়োজকে প্ৰকাশ কৰা সূচী অনুসৰি ১৬ আগষ্টত দিনৰ ৪ বজাত...
ডুৰাণ্ড কাপঃকোৱাৰ্টাৰ ফাইনেলত ইষ্ট বেংগল-জামছেদপুৰ এফ চি,হলিচৰণৰ ৪ গলেৰে বৃহৎ জয়ৰ পাছতো আশাহত বড়োলেণ্ড এফ চি

ডুৰাণ্ড কাপঃকোৱাৰ্টাৰ ফাইনেলত ইষ্ট বেংগল-জামছেদপুৰ এফ চি,হলিচৰণৰ ৪ গলেৰে বৃহৎ জয়ৰ পাছতো আশাহত বড়োলেণ্ড এফ চি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ভাৰতীয় দলৰ প্ৰাক্তন সদস্য তথা অসম সন্তান হলিচৰণ নাৰ্জাৰীৰ চাৰিটা গলেৰে বড়োলেণ্ড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে হোৱা এখন মেচত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰ এফ চিক ৬-০ গলৰ ব্যৱধানত...
বৃহস্পতিবাৰে গুৱাহাটীত ডুৰাণ্ড কাপৰ অন্তিম মেচ,কোৱাৰ্টাৰলৈ যোগ্যতাৰ বাবে বড়োলেণ্ড এফ চিক বৃহৎ জয়ৰ প্ৰয়োজন

বৃহস্পতিবাৰে গুৱাহাটীত ডুৰাণ্ড কাপৰ অন্তিম মেচ,কোৱাৰ্টাৰলৈ যোগ্যতাৰ বাবে বড়োলেণ্ড এফ চিক বৃহৎ জয়ৰ প্ৰয়োজন

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত চলি থকা “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ বৃহস্পতিবাৰে অন্তিমখন গ্ৰুপ মেচ অনুষ্ঠিত হ’ব৷ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত...
ডুৰাণ্ড কাপ ফুটবল,অপৰাজেয় হৈ গ্ৰুপত শীৰ্ষ থাকি কোৱাৰ্টাৰলৈ নৰ্থ ইষ্ট ইউনাইটেড

ডুৰাণ্ড কাপ ফুটবল,অপৰাজেয় হৈ গ্ৰুপত শীৰ্ষ থাকি কোৱাৰ্টাৰলৈ নৰ্থ ইষ্ট ইউনাইটেড

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম সন্তান পাৰ্থিৱ গগৈৰ দুগলৰ সহায়ত প্ৰত্যাশিতভাবে নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা”ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আই এছ এলৰ দলটোৰে মংগলবাৰৰ অন্তিমখন গ্ৰুপ মেচতো সহজ...
ডুৰাণ্ড কাপ ফুটবলত মোহন বাগানৰ জয়,মংগলবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্ৰুপ মেচ

ডুৰাণ্ড কাপ ফুটবলত মোহন বাগানৰ জয়,মংগলবাৰে গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্ৰুপ মেচ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত ১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত মংগলবাৰে অন্তিমখন গ্ৰুপ মেচত অবতীৰ্ণ হ’ব৷ গুৱাহাটীৰ অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা গ্ৰুপ...