গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

গুৱাহাটী, ২৫ নৱেম্বৰ: বেডমিণ্টন এছিয়াৰ তত্ত্বাৱধানত বুধবাৰৰ পৰা গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। পাঁচদিনীয়া এই শিবিৰত এছিয়াৰ ১৬খন সদস্য দেশৰ নিৰ্বাচিত মুঠ ৩০জন ৰেফাৰীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সহযোগত অসম...
জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন,অসমৰ ল’ৰা দলৰ ৰূপ অৰ্জন

জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন,অসমৰ ল’ৰা দলৰ ৰূপ অৰ্জন

গুৱাহাটী, ১৫ নৱেম্বৰ: ছিকিমৰ গেংটকত অনুষ্ঠিত ৪৯ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপত অসমৰ লৰাৰ দলে ৰূপৰ পদক অৰ্জন কৰিছে। দেওবাৰে অনুষ্ঠিত ফাইনেলত অসম কৰ্ণাটকৰ বিৰুদ্ধে ২-০ ত পৰাস্ত হয়। একক শাখাৰ প্ৰথম মেচত বৰ্ণিল আকাশ চাংমাই ১৬-১৮, ৬-১৫ ত পৰাস্ত হোৱাৰ...
জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনলৈ অসম দল ঘোষণা

জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টনলৈ অসম দল ঘোষণা

গুৱাহাটী, ১১ নৱেম্বৰ: ছিকিমৰ গেংটকত অনুষ্ঠিত হ’বলগীয়া ৪৯ সংখ্যক জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবে অসম দল ঘোষণা কৰা হৈছে। অহা ১৪ ৰ পৰা ২১ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত অসমৰ ল’ৰা-ছোৱালী উভয় দলেই অংশ ল’ব। অসম...
বিশ্ব জুনিয়ৰ বেডমিণ্টনত টিম ইণ্ডিয়াৰ মেনেজাৰ অসমৰ ওমৰ ৰছিদ

বিশ্ব জুনিয়ৰ বেডমিণ্টনত টিম ইণ্ডিয়াৰ মেনেজাৰ অসমৰ ওমৰ ৰছিদ

গুৱাহাটীঃ ইজিপ্তৰ কাইৰোত অনুষ্ঠিত হ’বলগীয়া বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ মেনেজাৰ হিচাপে নিযুক্তি লাভ কৰিছে বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়াৰ যুটীয়া সম্পাদক তথা অসম বেডমিণ্টন সংন্হাৰ সম্পাদক ওমৰ ৰছিদে। বিশ্ব বেডমিণ্টন ফেডাৰেচন (BWF)...