অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা

অসম প্ৰিমিয়াৰ লীগৰ প্ৰাইজমানি ঘোষণা

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ চেম্পিয়ন দলে ৫০ লাখ টকা তথা ৰানাৰ্ছআপ দলটোৱে ২৫ লাখ টকা লাভ কৰিব৷ উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ‘আমাৰ অসম, আমাৰ গৌৰব’ মূলমন্ত্ৰৰে আয়োজন কৰা উদ্বোধনী...
অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ছেমিলৈ আত্মবিশ্বাসী বৰাক লিজেণ্ডছ

অসম প্ৰিমিয়াৰ লীগঃতেজপুৰ টাইটানছক হৰুৱাই ছেমিলৈ আত্মবিশ্বাসী বৰাক লিজেণ্ডছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰাক লিজেণ্ডছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগত ইতিমধ্যে ছেমিফাইনেলত প্ৰৱেশ কৰাৰ পাছত বৃহস্পতিবাৰে খেলা অন্তিমখন লীগ মেচত ছয় উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ এই জয়ৰে দলে ১০ খন মেচৰ পৰা ১৩ পইণ্ট লাভ কৰি...
অসম প্ৰিমিয়াৰ লীগঃএ পি এলত দ্ৰুত শতক ডেনিছ দাসৰ, ব্ৰেভছৰ জয়

অসম প্ৰিমিয়াৰ লীগঃএ পি এলত দ্ৰুত শতক ডেনিছ দাসৰ, ব্ৰেভছৰ জয়

গ’গ’ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছৰ অধিনায়ক তথা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সবাতোকৈ দামী ক্ৰিকেটাৰ ডেনিছ দাসে চলিত এ পি এলত দলৰ অন্তিমখন লীগ মেচত দৰ্শনীয় শতক অৰ্জন কৰি অভিলেখ গঢ়িছে৷ গুৱাহাটীৰ এ চি এ...
অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে যোৰহাট ষ্টেলিয়নছৰ জয়

অসম প্ৰিমিয়াৰ লীগ,তেজপুৰ টাইটানছৰ বিৰুদ্ধে যোৰহাট ষ্টেলিয়নছৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ মংগলবাৰে নিশা অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন মেচত যোৰহাট ষ্টেলিয়নছে তিনি উইকেটত পৰাস্ত কৰে তেজপুৰ টাইটানছক৷ অৱশ্যে উভয় দল ছেমিফাইনেলৰ দৌৰৰ পৰা ইতিপূৰ্বে আঁতৰি অহাত এই মেচ লীগৰ...
অসম প্ৰিমিয়াৰ লীগ,তৃতীয়টো দলৰূপে ছেমিফাইনেলত গুৱাহাটী ৰয়েলছ

অসম প্ৰিমিয়াৰ লীগ,তৃতীয়টো দলৰূপে ছেমিফাইনেলত গুৱাহাটী ৰয়েলছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন গুৱাহাটী ৰয়েলছে তৃতীয়টো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ মংগলবাৰে এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ প্ৰথমখন মেচত দলে ৩৩ ৰাণত পৰাস্ত কৰে ইতিপূৰ্বে ছেমিফাইনেলত স্থান নিশ্চিত...