অসম প্ৰিমিয়াৰ লীগ,বৰাক লিজেণ্ডছক হৰুৱাই ছেমিফাইনেলত বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগ,বৰাক লিজেণ্ডছক হৰুৱাই ছেমিফাইনেলত বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছে দ্বিতীয়টো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত সোমবাৰে নিশা অনুষ্ঠিত দিনটোৰ দ্বিতীয়খন মেচত ব্ৰেভছে সাত উইকেটত বৰাক লিজেণ্ডছক হৰুৱাই...
অসম প্ৰিমিয়াৰ লীগ,মৰণপণ মেচত নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ জয়

অসম প্ৰিমিয়াৰ লীগ,মৰণপণ মেচত নগাঁও ৰেঞ্জাৰ্ছৰ বিৰুদ্ধে চৰাইদেউ ছানৰাইজাৰ্ছৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন হৃষিকেশ তামুলীৰ অনবদ্য বেটিং আৰু প্ৰিতিশ ৰাহা ৰয়ৰ দৰ্শনীয় বলিঙৰ সহায়ত চৰাইদেউ ছানৰাইজাৰ্ছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ সোমবাৰে হোৱা দিনটোৰ প্ৰথম মেচখনত নগাঁও ৰেঞ্জাৰ্ছক ৩৮ ৰাণত পৰাস্ত কৰি ছেমিফাইনেলত...
অসম প্ৰিমিয়াৰ লীগ,বৰপেটা ব্ৰেভছৰ জয়ঃ আশাহত ৰেঞ্জাৰ্ছ, ষ্টেলিয়নছ, টাইটানছ

অসম প্ৰিমিয়াৰ লীগ,বৰপেটা ব্ৰেভছৰ জয়ঃ আশাহত ৰেঞ্জাৰ্ছ, ষ্টেলিয়নছ, টাইটানছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে নিশা হোৱা মেচখনত বৰপেটা ব্ৰেভছে ভি জে ডি পদ্ধতিৰে ১৪ ৰাণত নগাঁও ৰেঞ্জাৰ্ছক হৰুৱাই আঠখন মেচৰ পৰা ১০ পইণ্ট অৰ্জন কৰি তালিকাৰ চতুৰ্থত নিজৰ স্থান অক্ষুন্ন ৰাখিছে৷...
অসম প্ৰিমিয়াৰ লীগঃযোৰহাট ষ্টেলিয়নছক হৰুৱাই প্ৰথমটো দলৰূপে ছেমিফাইনেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

অসম প্ৰিমিয়াৰ লীগঃযোৰহাট ষ্টেলিয়নছক হৰুৱাই প্ৰথমটো দলৰূপে ছেমিফাইনেলত ডিব্ৰুগড় ৱাৰিয়ৰ্ছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন ডিব্ৰুগড় ৱাৰিয়ৰ্ছে প্ৰথমটো দলৰূপে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে৷ দেওবাৰে এ চি এ ষ্টেডিয়ামত হোৱা দিনটোৰ প্ৰথমখন মেচত দলে পাঁচ উইকেটত পৰাস্ত কৰে যোৰহাট ষ্টেলিয়নছক৷ এই জয়ৰে দলে আঠ...
অসম প্ৰিমিয়াৰ লীগ,মৰণপণ মেচত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে তেজপুৰ টাইটানছৰ জয়

অসম প্ৰিমিয়াৰ লীগ,মৰণপণ মেচত গুৱাহাটী ৰয়েলছৰ বিৰুদ্ধে তেজপুৰ টাইটানছৰ জয়

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন তেজপুৰ টাইটানছে চলিত ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ শনিবাৰে নিশা হোৱা এখন ৰোমাঞ্চকৰ মেচত গুৱাহাটী ৰয়েলছক দুই উইকেটত পৰাস্ত কৰি প্ৰতিযোগিতাত নিজৰ অস্তিত্ব এতিয়াও ধৰি ৰাখিছে৷ আজিৰ মেচখন তেজপুৰৰ বাবে মৰণপন আছিল৷...