by Gogo Sports NE | Jul 23, 2026 | Shooting
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন জ্জীৱিত প্ৰদৰ্শনৰ জৰিয়তে শিবলী সন্দিকৈ,উদ্দীপ্ত নয়ন দত্ত আৰু শুভাকাংক্ষা নায়কে “২১ সংখ্যক সদৌ অসম ৰাজ্যিক শ্বুটিং চেম্পিয়নশ্বিপ”ত সৰ্বাধিক চাৰিটাকৈ স্বৰ্ণ পদক দখলৰ কৃতিত্ব অৰ্জন কৰিছে । কাহিলীপাৰাৰ চতুৰ্থ এ পি বি এন...