আছাম স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত “দশম সংখ্যক ফাউণ্ডেচন কাপ”ৰ ফলাফল

আছাম স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত “দশম সংখ্যক ফাউণ্ডেচন কাপ”ৰ ফলাফল

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন যোৱা ২৩ আগষ্টত গুৱাহাটী আমবাৰীস্থিত শান্তি ভৱনত অনুষ্ঠিত হয় “দশম ফাউণ্ডেছন কাপ-আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতা”।আছাম স্পৰ্টছ একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাতখনত অংশগ্ৰহণ কৰিলে প্ৰায় ৮০ গৰাকী খেলুৱৈ-এ। “আছাম...
বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ সামৰণিত উজলিল অসমৰ সংস্কৃতি

বি ডব্লিউ এফ বিশ্ব বেডমিণ্টনৰ সামৰণিত উজলিল অসমৰ সংস্কৃতি

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত “৩০ সংখ্যক বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ-২০২৬” ৰ সামৰণি অনুষ্ঠানত উজলিল অসমৰ গৌৰৱময় সংস্কৃতি৷ বিশ্বৰ প্ৰায় ৫৫ খন দেশৰ আঠশৰো অধিক খেলুৱৈ-বিষয়াই অংশ লোৱা...
অসম প্ৰিমিয়াৰ লীগ,গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি চেম্পিয়ন বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগ,গুৱাহাটী ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰি চেম্পিয়ন বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন বৰপেটা ব্ৰেভছে অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত দেওবাৰে নিশা অনুষ্ঠিত ফাইনেলত দলে পাঁচ উইকেটত পৰাস্ত কৰে গুৱাহাটী...
অসম প্ৰিমিয়াৰ লীগঃপ্ৰথম চেম্পিয়নৰ গৌৰৱ অৰ্জাৰ লক্ষ্যৰে সাজু গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

অসম প্ৰিমিয়াৰ লীগঃপ্ৰথম চেম্পিয়নৰ গৌৰৱ অৰ্জাৰ লক্ষ্যৰে সাজু গুৱাহাটী ৰয়েলছ-বৰপেটা ব্ৰেভছ

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন অসম ক্ৰিকেট সন্থাই আয়োজন কৰা উদ্বোধনী বৰ্ষৰ ইম্পেৰিয়েল ব্লু পেকেজড ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগৰ দেওবাৰে হ’বলগা মেগা ফাইনেলত গুৱাহাটী ৰয়েলছ আৰু বৰপেটা ব্ৰেভছ মুখামুখি হ’ব৷ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত নিশা সাত বজাত এই মেচখন...
দেওবাৰে ডুৰাণ্ড কাপৰ ফাইনেলত কলকাতা ডাৰ্বি,ইতিহাস ৰছনাৰ মেচত ইষ্ট বেংগল-মোহন বাগান

দেওবাৰে ডুৰাণ্ড কাপৰ ফাইনেলত কলকাতা ডাৰ্বি,ইতিহাস ৰছনাৰ মেচত ইষ্ট বেংগল-মোহন বাগান

গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন “১৩৫ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল মেচখন দেওবাৰে অনুষ্ঠিত হ’ব৷ ভাৰতীয় ফুটবলৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতীক তথা এছিয়াৰ আটাইতকৈ প্ৰাচীন লগতে বিশ্বৰ পঞ্চম পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খিতাপৰ বাবে অৱতীৰ্ণ হ’ব...