বেলেগতকৈ কিয় পৃথক “ফিটনেছ এম্পায়াৰ”!

বেলেগতকৈ কিয় পৃথক “ফিটনেছ এম্পায়াৰ”!

“ফিটনেছ এম্পায়াৰ” জীমৰ অষ্টম বৰ্ষপূৰ্তি উদযাপন। শুভাকাংশীৰ উপস্থিতিত কেক কাটি বৰ্ষপূৰ্তি পালন। জীমৰ স্বত্বাধিকাৰী শৰীৰচৰ্চাবিদ অৰূপ দত্তলৈ শুভকাংশীৰ শুভকামনা। বিগত ২০১৮ চনৰ ১১ নৱেম্বৰত গুৱাহাটীৰ এ.আই .ডি.ছি-ত গঢ়ি উঠিছিল “ফিটনেছ এম্পায়াৰ” জীমৰ।...