by Gogo Sports NE | Aug 29, 2026 | Boxing
গ’গ স্পৰ্টছ এন ইৰ প্ৰতিবেদন সমাগত জাপানৰ “এছিয়ান গেমছ-২০২৬”।অসমত উপস্থিত নেপালৰ বক্সিং দল। গুৱাহাটী ছাইত “এছিয়ান গেমছ”ৰ বাবে নেপালৰ বক্সিং দলৰ অনুশীলন।অসমৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰীতি মেচত অংশগ্ৰহণ। অহা ১৯ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত...